• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰত ভাৰত বিৰোধী উগ্ৰপন্থীক প্ৰশিক্ষণ; NIAৰ জালত ৭ জন বিদেশী নাগৰিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2026 11:42 am
86
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰত ভাৰত বিৰোধী উগ্ৰপন্থীক প্ৰশিক্ষণ দিয়াৰ অভিযোগত NIA-ই গ্ৰেপ্তাৰ কৰিছে ৭জন বিদেশী নাগৰিকক। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ৬ জন ইউক্ৰেইনৰ আৰু এজন আমেৰিকান নাগৰিক।

 গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে ইউএপিএৰ ১৮ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তদুপৰি তেওঁলোকৰ বিৰুদ্ধে অবৈধ প্ৰৱেশ, অবৈধ অস্ত্ৰ ৰখা আৰু ড্ৰোন প্ৰশিক্ষণৰ সৈতে জড়িত বিভিন্ন ধাৰাত অভিযোগ দাখিল কৰা হৈছে।

Apply Now

ইয়াৰে অভিযুক্ত আমেৰিকান নাগৰিকজন কলকাতা বিমানবন্দৰত ধৰা পৰে। ইমিগ্ৰেচন ব্যুৰোৱে আমেৰিকানজনক কৰায়ত্ত কৰি পিছত এন আই এৰ হাতত গতাই দিয়ে। ইপিনে, গ্ৰেপ্তাৰ হোৱা ইউক্ৰেইনৰ ৩ জন লোক লক্ষ্ণৌত আৰু ৩ জন দিল্লী বিমানবন্দৰত ধৰা পৰে।

প্ৰতিবেদন অনুসৰি এই ৭ জন বিদেশী বৈধ ভিছা লৈ ভাৰতলৈ আহিছিল। অৱশ্যে অনুমতি অবিহনে মিজোৰামলৈ গৈছিল। তাৰ পৰা ম্যানমাৰলৈ গৈ ভাৰত বিৰোধী উগ্ৰপন্থী সংগঠনৰ লগত সাক্ষাৎ কৰে।তাত সেই উগ্ৰপন্থীসকলক প্ৰশিক্ষণ দি আছিল।

ইপিনে, তদন্তত এই বিদেশীসকলে ইউৰোপৰ পৰা মিজোৰামলৈ কেইবাখনো ড্ৰ’ন আমদানি কৰা বুলি জানিব পৰা গৈছে। এই বিদেশীসকলে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ NIAৰ।

বিদেশী লোককেইজনক ২৭ মাৰ্চলৈকে ১১ দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। দিল্লীৰ আদালতৰ এক ৰুদ্ধদ্বাৰ কক্ষত এই গোচৰৰ শুনানি অনুষ্ঠিত হয়। নিয়াৰ হৈ বিশেষ চৰকাৰী অধিবক্তা অতুল ত্যাগী, অমিত ৰোহিলা আদি উপস্থিত থাকে। তেওঁলোকে এইসকল বিদেশীক ১৫ দিনৰ ৰিমাণ্ড বিচাৰে।

চৰকাৰী পক্ষৰ দাবী আছিল যে তেওঁলোকে মিজোৰাম হৈ ম্যানমাৰলৈ কোনটো পথেৰে গৈছিল সেইটো জানিব লাগে। তদুপৰি এই বিদেশীসকলৰ আন কোনো সহযোগী আছে নেকি নাই সেই বিষয়েও জানিবলৈ জেৰা আৰু তদন্তৰ প্ৰয়োজন।

আনহাতে, অভিযুক্তৰ হৈ জ্যেষ্ঠ অধিবক্তা প্ৰমোদ কুমাৰ ডুবে আৰু অধিবক্তা অতুল ছেহগাল উপস্থিত থাকে। এন আই এয়ে দাখিল কৰা জিম্মাৰ আবেদনৰ তেওঁলোকে বিৰোধিতা কৰে। পিছত আদালতে ১১ দিনৰ জিম্মা প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

October 29, 2026 12:05 pm
ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

October 29, 2026 11:57 am
ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

October 29, 2026 11:17 am
বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

October 29, 2026 11:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

October 29, 2026 12:05 pm
ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

October 29, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd