DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১১ বজাৰ পৰাহে হ’ব নৈশ সান্ধ্যআইন, খোলা হ’ব বিদ্যালয়ো: ঘোষণা মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 23, 2022 7:54 pm
BREAKING NEWS অসমত জাৰি কৰা হ’ল নৈশ সান্ধ্য আইন, নতুন SOP ঘোষণা, কি কি আছে নতুন SOP ত?
282
VIEWS
Share on FacebookShare on Twitter

১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১১ বজাৰ পৰাহে হ’ব নৈশ সান্ধ্যআইন।

বৰ্তমান নিশা ১০ বজাৰ পৰা নৈশ সান্ধ্যআইন চলি আছে যদিও ১ ফেব্ৰুৱাৰীৰ পৰা সেই ব্যৱস্থাৰ সলনি ঘটাই নিশা ১১ বজাৰ পৰাহে সান্ধ্যআইন জাৰি কৰা হ’ব।

ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ বাবেই এনে কৰা হ’ব।

আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰে।

সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যজুৰি দৈনিক কোভিড-১৯ সংক্ৰমিত লোকৰ হ্ৰাস পাই আহিছে।

সেয়ে পৰ্যায়ক্ৰমে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ সম্পূৰ্ণকৈ খুলি দিয়া হ’ব। তেওঁ কয়—’অসমত কোভিডত আক্ৰান্ত ৰোগীৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ হ্ৰাস পাইছে, এই হাৰ বৰ্তমান ১২ শতাংশলৈকে কমিছে। মানুহে অমিক্ৰন ভেৰিয়েণ্টক স্বাভাৱিক ৰূপত গ্ৰহণ কৰিব পাৰিছে । সেয়েহে, আমি কঠোৰ নিয়ম আৰু নিষেধাজ্ঞা আৰোপ কৰিব নিবিচাৰো,”।

মুখ্যমন্ত্ৰীয়ে কয় যে বিদ্যালয় আৰু মহাবিদ্যালয়বোৰো লাহে লাহে খোলা হব।

যদি কোনো নিৰ্দিষ্ট অঞ্চলত কোভিড ৰোগী ধৰা পৰে তেন্তে তেনে অঞ্চলক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হ’ব। এনে অঞ্চলসমূহ ৭ দিনৰ বাবে বন্ধ ৰখা হ’ব ।

Recent News

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd