• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব’ল ব’মত অঘটন, উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দিয়ালে DJয়েই; বিহাৰৰ হাজীপুৰত ৯ জনৰ মৃত্যু

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 5, 2024 8:54 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ হাজীপুৰত দেওবাৰে গভীৰ নিশা সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। ইয়াত উচ্চ বিদ্যুৎপৰিবাহী তাঁৰৰ সংস্পৰ্শত আহে ট্ৰলী গাড়ীত কঢ়িয়াই অনা ডিজে। ইয়াৰ বাবে ট্ৰলীত উঠি অহা ৯ জন লোক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে। বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত দুজন কৰ সেৱক বেয়াকৈ জ্বলি যায়।

হাজীপুৰৰ জন্দাহা ৰোড ঔদ্যোগিক থানা এলেকাৰ বাবা চুহৰমাল অঞ্চলত এই ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে থিতাতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। সাংবাদিকৰ আগত দুৰ্ঘটনাৰ বৰ্ণনা দিয়ে এজন প্ৰত্যক্ষদৰ্শীয়ে।

ঘটনাস্থলীত উপস্থিত প্ৰত্যক্ষদৰ্শীজনে কয় যে তেওঁ বন্ধু-বান্ধৱীৰ সৈতে ডিজে ট্ৰলীত উঠি চুলতানপুৰৰ পৰা পেহলেজা ঘাটলৈ গৈ আছিল। ইয়াৰ পূৰ্বে বাবা হৰিহৰনাথ মন্দিৰত পেহলেজা ঘাটৰ পানী লৈ সোমবাৰে পুৱা জলাভিষেক কৰিবলগীয়া আছিল। সকলোৱে ডিজেৰ সুৰত নৃত্য কৰি গান গাই আছিল। তেনেতে হঠাৎ বাবা চুহৰমলৰ ওচৰত হাই টেনচন তাঁৰত ট্ৰলী আৰু তাত থকা ডিজেৰ  খুন্দা লাগিল। ট্ৰলীখনত উপস্থিত আছিল বহু কৰ সেৱক। কাৰন্টে লগাৰ লগে লগে লগে কৰ সেৱক বিদ্যুৎস্পৃষ্ট হৈ পৰিল। চিঞৰ বাখৰ-হুলস্থুল লাগিল।

Apply Now

লগতে পঢ়কঃ টীম ইণ্ডিয়াৰ ছন্দপতন! ৱাণ্ডাৰছেৰ স্পিনত ধৰাশায়ী ভাৰত, দ্বিতীয়খন এদিনীয়াত মসৃন জয় শ্ৰীলংকাৰ

প্ৰত্যক্ষদৰ্শীজনে কয় – আমি দেখিলোঁ যে ৯জন কৰ সেৱক জ্বলি গ’ল। বাকী দুজন বেয়াকৈ জ্বলি গৈছিল যদিও তেতিয়াও তেওঁলোক জীৱিত আছিল। আহতসকলক সহায়ৰ বাবে ততাতৈয়াকৈ লোক আগবাঢ়ি আহে। লগে লগে তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে আহতসকলৰ চিকিৎসা চলি আছে। ১৫ ছেকেণ্ডৰ ভিতৰতে সংঘটিত হয় এই দুৰ্ঘটনা। আনকি কোনেও নিজকে চম্ভালাৰ সুযোগো নাপালে।

যিসকলৰ বিদ্যুৎস্পৃষ্ট হৈছিল, তেওঁলোকৰ শৰীৰ বেয়াকৈ ট্ৰলীত আবদ্ধ হৈ পৰিছিল। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী বাহিনীৰ সৈতে হাজীপুৰৰ এছডিপিঅ’ ওমপ্ৰকাশকে ধৰি বহু আৰক্ষী বিষয়াই সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে ট্ৰলীৰ পৰা আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়কঃ ভাৰতীয় ৰে’লৱেৰ হৈছে কি? এইবাৰ বিশাখাপট্টনম ষ্টেচনত দপদপাই জ্বলি উঠিল কোৰবা এক্সপ্ৰেছ

ঘটনাৰ খবৰ পোৱাৰ লগে লগে বৈশালীৰ ডি এম যশপাল মীনাই সদৰ হাস্পতাল হাজীপুৰত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বুজ লয়। নিহত আটাইকেইজন চুলতানপুৰ আৰু হাজীপুৰৰ বৰায় টোলা জাধুৱাৰ। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm
‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

August 7, 2026 3:50 pm
বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd