• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2023 1:19 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম আফ্ৰিকাৰ দেশ ছেনেগালত মূল বিৰোধী নেতা অউছমান ছনকোক জেলত ভৰোৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰে। দেশখনৰ গৃহমন্ত্ৰীয়ে ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।

উছমানে ছনকোৰ বিৰুদ্ধে ধৰ্ষণ আৰু যুৱক-যুৱতীক বিপথে পৰিচালিত কৰাৰ অভিযোগ উঠিছিল বুলি জানিব পৰা গৈছে। দ্বিতীয়টো অভিযোগত তেওঁক কাৰাগাৰালৈ নিক্ষেপ কৰা হয়।

শুকুৰবাৰে পুৱাৰে পৰা এই ৰায়ৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হয়। প্ৰতিবাদত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে। এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে টেলিভিছনযোগে এই কথা জনাইছে যে দুখন চহৰত প্ৰতিবাদত ৯ জন লোকৰ মৃত্যু হৈছে।

Apply Now

লগতে পঢ়ক: হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

ছনকো আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ প্ৰমাণিত নহ’ল। কিন্তু যুৱকক বিপথে পৰিচালিত কৰাৰ অপৰাধত দুবছৰৰ কাৰাদণ্ড বিহা হয়। যুৱক-যুৱতীসকলৰ মাজত ছনকো অতি জনপ্ৰিয়।

ছনকোৱে অভিযোগ কৰে যে ধৰ্ষণৰ অভিযোগ এনেদৰে কৰা হৈছে যাতে তেওঁ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। তেওঁ বিচাৰ প্ৰক্ৰিয়া বৰ্জন কৰে। কিন্তু ৰায়দানৰ পূৰ্বে তেওঁক বলপূৰ্বকভাৱে দেশখনৰ ৰাজধানী ডাকাৰলৈ লৈ যোৱা হৈছিল।

ইপিনে, আদালতৰ ৰায়দানৰ লগে লগে ছেনেগালৰ ৰাজপথত বিক্ষোভৰ সূচনা হয়। তেওঁৰ সমৰ্থকসকলে বাছত জুই লগাই প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰা হয়।

ছনকোৰ দল পিএএছটিএফ-য়ে এই ৰায়দান ৰাজনৈতিক প্ৰতিশোধৰ বাহিৰে আন একো নহয় বুলি অভিযোগ উত্থাপন কৰে।

লগতে পঢ়ক: যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

ডাকাৰত বিশ্ববিদ্যালয় চৌহদৰ পৰা ক’লা ধোঁৱা ওপৰলৈ উঠি অহা দেখা যায়। ইয়াত কেইবাখনো বাছত অগ্নিসংযোগ কৰা হয়।

চৰকাৰৰ মুখপাত্ৰই অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি দাবী কৰে।

আনহাতে, যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ছনকোৱে তৃতীয় স্থান লাভ কৰিছিল। ছেনেগালৰ নিয়ম হ’ল কোনো ৰাজনীতিবিদক যদি কোনো গুৰুতৰ অপৰাধত দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁ আৰু ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

যুৱক-যুৱতীক বিপথে পৰিচালিত কৰাতকৈ ধৰ্ষণ বহুত বেছি গুৰুতৰ অপৰাধ। কিন্তু যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰাৰ অপৰাধৰ বাবে ছনকোৱে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

লগতে পঢ়ক: নীতিশ কুমাৰে আহ্বান কৰা বিৰোধী বৈঠকত থাকিব কংগ্ৰেছ; স্পষ্ট কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে

অৱশ্যে ধৰ্ষণ কাণ্ডত ছনকোক শাস্তি দিয়া হোৱা নাই। অভিযোগ অনুসৰি মেচেজ পাৰ্লাৰত তেওঁ এগৰাকী মহিলাক যৌন নিৰ্যাতন চলাই হত্যাৰ ভাবুকি দিছিল। তাৰ বাবে চৰকাৰী অধিবক্তাই বিচাৰিছিল ১০ বছৰৰ কাৰাদণ্ড। কিন্তু আদালতে কয়, এই অভিযোগৰ বাবে পৰ্যাপ্ত প্ৰমাণ নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd