• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

এই ৰায়দানৰ লগে লগে ব্ৰিটিছ চৰকাৰে এতিয়া নীৰৱ মোডীক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতাৰে আগুৱাই নিবলৈ সক্ষম হ’ব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2026 9:34 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱ নেশ্যনেল বেংক কেলেংকাৰিৰ মূল অভিযুক্ত পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডীয়ে শেষ আইনী যুঁজত পৰাস্ত হৈছে। ইউৰোপীয় মানৱ অধিকাৰ আদালতে তেওঁৰ আবেদন নাকচ কৰ দিয়াত ভাৰতলৈ তেওঁৰ প্ৰত্যাৰ্পণৰ পথ সম্পূৰ্ণ মুকলি কৰি দিলে।

দীৰ্ঘদিন ধৰি লণ্ডনত আত্মগোপন কৰি থকা নীৰৱ মোদীয়ে ভাৰতলৈ প্ৰত্যাপৰ্ণৰ বিৰুদ্ধে আইনী যুঁজ দি আছিল। মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰি তেওঁ ইউৰোপীয় আদালতত আবেদন জনাইছিল। কিন্তু আদালতে সেই আবেদন নাকচ কৰিলে। এই ৰায়দানৰ লগে লগে ব্ৰিটিছ চৰকাৰে এতিয়া নীৰৱ মোডীক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতাৰে আগুৱাই নিবলৈ সক্ষম হ’ব।

Apply Now

পঞ্জাৱ নেচনেল বেংকত ১৪ হাজাৰ কোটিৰো অধিক ধনৰ জালিয়াতিৰ মূল অভিযুক্ত হৈছে নীৰৱ মোডী। ২০১৮ চনত এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছত তেওঁ পলায়ন কৰে। ভাৰত চৰকাৰে দীৰ্ঘদিন ধৰি তেওঁক প্ৰত্যাৰ্পণৰ চেষ্টা চলাই আহিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই আৰু বলবৎকাৰী সঞ্চালকালয়ে নীৰৱ মোদীৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰিছে।

এই গোচৰসমূহত তেওঁৰ বিৰুদ্ধে বহু প্ৰমাণ সংগ্ৰহ কৰা হৈছে। বহুতে এই সফলতাক ভাৰত চৰকাৰৰ কূটনৈতিক প্ৰচেষ্টাত এক বৃহৎ জয় হিচাপে চাইছে। নীৰৱ মোডীক ঘূৰাই অনাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰতৰ দূতাবাসে ব্ৰিটিছ চৰকাৰৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছিল। অৱশেষত ইউৰোপীয় আদালতৰ ৰায়দানে সেই প্ৰচেষ্টাক সফলতা প্ৰদান কৰিলে।

কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, ‘এয়া কেৱল এজন অভিযুক্তক ঘুৰাই অনা নহয়, দেশৰ ধন আত্মসাৎ কৰাসকলৰ বিৰুদ্ধে আমাৰ দৃঢ় স্থিতিৰ প্ৰমাণ। যদি নীৰৱ মোডীক প্ৰত্যাৰ্পণ কৰা হয়, তেন্তে পিএনবি কেলেংকাৰিৰ গোচৰত ডাঙৰ অগ্ৰগতি হ’ব। এই কেলেংকাৰিৰ ফলত লাখ লাখ জমাকাৰী ক্ষতিগ্ৰস্ত হৈছিল। বহু ক্ষুদ্ৰ ব্যৱসায়ী আৰু সাধাৰণ মানুহৰ সঞ্চয় হেৰাই গৈছিল।

সেয়ে নীৰৱ মোডীৰ উভতি অহাৰ খবৰে ক্ষতিগ্ৰস্তসকলক কিছু সকাহ দিছে। এই ঘটনাক ‘পলাতক অৰ্থনৈতিক অপৰাধী’ৰ বিৰুদ্ধে চৰকাৰৰ অভিযানৰ সফলতা হিচাপেও দেখা গৈছে। ইয়াৰ পূৰ্বে মেহুল চোক্সি আৰু ছেণ্ড্ৰা লাৰ্চেনকে ধৰি কেইবাজনো অভিযুক্তক ঘূৰাই অনা হৈছে। নীৰৱ মোডীৰ ক্ষেত্ৰতো একেই সফলতা লাভ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd