• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈ খানাপাৰাত ৰাজ্যৰ ৭ লাখৰো অধিক চাহ শ্ৰমিকলৈ সাহায্য আগবঢ়াব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 5, 2021 5:26 pm

1 min read

কাইলৈ খানাপাৰাত ৰাজ্যৰ ৭ লাখৰো অধিক চাহ শ্ৰমিকলৈ সাহায্য আগবঢ়াব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে
261
VIEWS
Share on FacebookShare on Twitter

কাইলৈ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক অনুষ্ঠানত অংশ ল’ব দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে সীতাৰমণৰ অসম ভ্ৰমণ গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। ইতিমধ্যে অসম ৰাজ্যিক বিজেপিয়ে সীতাৰমণৰ সভাৰ বাবে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি বিত্ত মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ মুঠ ৭,৪৬,৬৬৭ গৰাকী চাহ শ্ৰমিকৰ বেংক একাউণ্টলৈ তিনিহাজাৰকৈ টকাৰ অনুদান আগবঢ়াব।

বিজেপি সাংসদ পল্লৱ লোচন দাসে বিজেপি চৰকাৰৰ দিনত চাহ শ্ৰমিক সকলৰ উন্নতিৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি বিজেপিৰ দিনতে চাহ শ্ৰমিক সকলক বেংক ব্যৱস্থাৰ সৈতে সংযুক্ত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ল বুলি কয়।

নিৰ্মলা সীতাৰমণে ৬ ফেব্ৰুৱাৰিত জনসভাত সম্বোধন কৰাৰ বিপৰীতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ফেব্ৰুৱাৰিত ঢেঁকীয়াজুলিত বিশাল জনসভাক সম্বোধন কৰিব।

ৰাজ্যিক বিজেপি নেতৃত্বই মোদীৰ সভাত ৫ লাখ লোক সমবেত কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd