• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষকৰ ওপৰত অত্যাচাৰ বন্ধ নকৰিলে চৰকাৰেৰে আলোচনাত নবহে সংযুক্ত কিষাণ মৰ্চাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2021 4:52 pm
image-1611995742927005-klxr4sbifs
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে কৃষকৰ ওপৰত কৰা অচ্যাতাৰ বন্ধ নকৰা পৰ্যন্ত চৰকাৰেৰে আলোচনাত নহবে কৃষক সংগঠনসমূহে। এই কথা স্পষ্ট কৰি দিছে সংযুক্ত কিষাণ মৰ্চাই।

মংগলবাৰে সংযুক্ত কিষাণ মৰ্চাই কয় যে চৰকাৰে আন্দোলনকাৰী কৃষকৰ ওপৰত চলাই অহা অত্যাচাৰ বন্ধ কৰিলেহে তেওঁলোকে চৰকাৰৰ সৈতে পৰৱৰ্তী লানি আলোচনাত বহিব পাৰিব।

Apply Now

মৰ্চাই লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ আৰু আটক কৰি ৰখা সকলো কৃষককে বিনা চৰ্তে অতি শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনাইছে। দিল্লী সীমান্তত কৃষক আন্দোলনৰ বাতৰি পৰিৱেশন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা সাংবাদিককেইজনকো মুকলি কৰিবলৈ দাবী কৰিছে সংযুক্ত কিষাণ মৰ্চাই।

কৃষক আন্দোলনক মষিমূৰ কৰিবলৈ চৰকাৰ তথা দিল্লীয়ে আৰক্ষীয়ে দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহৰ ৰাজপথত বহুতৰপীয়া বেৰিকেড, ফেন্সিং স্থাপন আৰু ৰ’ড চিমেন্টেৰ পকী বেৰা নিৰ্মাণ কৰা কাণ্ডকো নিন্দা কৰিছে মৰ্চাই।

মৰ্চাৰ মতে চৰকাৰ তথা দিল্লী আৰক্ষীয়ে কৃষকৰ আগমণ ৰোধ তথা কৃষক আন্দোলনক মষিমূৰ কৰিবলৈ যিমানেই প্ৰচেষ্টা নকৰক কিয় প্ৰতি দিনে কৃষক আন্দোলনৰ শক্তি বৃদ্ধিহে হৈ আহিছে।

উল্লেখ্য যে কেন্দ্ৰৰ তিনি বিতৰ্কিত কৃষি আইনৰ বাতিলৰ দাবীত দুটা মাহতকৈও অধিক দিন কৃষকসকলে দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহত আন্দোলন কৰি আছে।

ইতিমধ্যে চৰকাৰ আৰু কৃষক সংগঠনসমূহৰ মাজত ১০ লানি আলোচনা অনুষ্ঠিত হৈছে যদিও কোনো সমাধান সূত্ৰ নোলোৱাত প্ৰতিবাৰেই আলোচনা ব্যৰ্থ হৈছে।

যোৱা ২৬ জানুৱাৰীৰ কৃষকৰ ট্ৰেক্টৰ ৰেলীত দিল্লীৰ বিভিন্ন প্ৰান্তত সংঘটিত বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ পিছতে আৰক্ষীয়ে আন্দোলনৰত কৃষকৰ প্ৰতি কঠোৰ হোৱা দেখা গৈছে। ঠাই ঠাইয়ে কৃষক আন্দোলনকৰাৰীৰ ওপৰত লাঠি চালনা কৰিছে আৰক্ষীয়ে।

ইফালে কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ দিনা সংঘটিত বিক্ষিপ্ত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত ১২২ জনৰো অধিক কৃষকক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

সংযুক্ত কিষাণ মৰ্চাই কৃষকৰ ওপৰত চলোৱা এই পুলিচী অত্যাচাৰ বন্ধ কৰাৰ লগতে কাৰাৰুদ্ধ কৃষকসকলক বিনা চৰ্তে মুক্তি দিলেহে পৰৱৰ্তী আলোচনাত বহিব বুলি স্পষ্টভাৱে ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd