• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিযুক্তক চৰকাৰে শাস্তি দিয়াৰ অধিকাৰ কোনো আইনে দিয়া নাই: চিপিআই(এম)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2022 8:33 pm
Assam
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা মে’ মাহত নগাঁৱৰ বটদ্ৰৱাত পাঁচজন অভিযুক্তৰ ঘৰ বুলডোজাৰেৰে ভাঙি দিয়াৰ পাছত আজি পুনৰ ডিব্ৰুগড়ত অভিযুক্তৰ ঘৰ পুলিচ-প্ৰশাসনে বুলডোজাৰেৰে ভাঙি পেলোৱা কাৰ্যক চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে অত্যন্ত নিন্দনীয় আৰু আইন বিৰুদ্ধ বুলি অভিহিত কৰিছে।

এটা বিবৃতিত দলে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিচালনাধীন গৃহ বিভাগে মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত শোচনীয়ভাৱে ব্যৰ্থ হৈছে। অতি সম্প্ৰতি ৰাজ্যখনত হত্যা আৰু আত্মহত্যাৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

Apply Now

এয়া বিভিন্ন ক্ষেত্ৰত ওলাই পৰিছে যে পুলিচ-প্ৰশাসনে তৎপৰতা প্ৰদৰ্শন কৰাহেঁতেন বহুতৰে জীৱন ৰক্ষা কৰিব পৰা গ’লহেতেন। ডিব্ৰুগড় চহৰত শোকাৱহ পৰিস্থিতিত বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাটোত পুলিচ প্ৰশাসনৰ অপৰাধমূলক ব্যৰ্থতা ওলাই পৰিছে।

প্ৰয়াত বাগাৰীয়াই মৃত্যুৰ পূৰ্বে তেওঁক হাৰাশাস্তি কৰা সকলৰ পৰিচয় উল্লেখ কৰি যথাযথ পদক্ষেপ গ্ৰহণৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলক বাৰে বাৰে আৱেদন জনাইছিল। কিন্তু তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিণতিত বাগাৰীয়াই আত্মহত্যাৰ পথ বাছি ল’লে।

ইয়াৰ ফলত চৰকাৰৰ বিৰুদ্ধে যি জনৰোষৰ সৃষ্টি হৈছে তাক অইন ফালে ঢাল খুৱাবলৈ এতিয়া চৰকাৰখন বুলডোজাৰ ৰাজনীতিত নামি পৰিছে। আজি এই ঘটনাৰ অন্যতম অভিযুক্ত খান উপাধিৰ লোক দুজনৰ ঘৰ আৰক্ষীয়ে বুলডোজাৰেৰে ভাঙি পেলাইছে।

অথচ অভিযুক্তক বিচাৰ কৰা আৰু শাস্তি দিয়াৰ অধিকাৰ কোনো আইনে পুলিচ প্ৰশাসনক দিয়া নাই। ভাৰতীয় সংবিধানে অভিযুক্তক বিচাৰ আৰু শাস্তি প্ৰদানৰ কৰ্তৃত্ব সুস্পষ্টভাৱে কেৱল ন্যায়পালিকাকহে প্ৰদান কৰিছে।

কিন্তু বিজেপি চৰকাৰে সংবিধান আৰু সমস্ত আইন-কানুন উলংঘা কৰি অভিযুক্তৰ ঘৰ ভাঙি দিয়াৰ এক ভয়ংকৰ প্ৰক্ৰিয়াৰ সূচনা কৰিছে। বুলডোজাৰেৰে ঘৰ ভাঙি দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ নীতি হৈছে দেখদেখকৈ সাম্প্ৰদায়িক।

পূৰ্বে বটদ্ৰৱা আৰু আজি ডিব্ৰুগড়ত যিসকলৰ ঘৰ বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে, তেওঁলোক সকলোৱে ইছলামধৰ্মী। আশ্চৰ্যৰ কথা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইনৰ শাসন সুনিশ্চিত কৰাৰ সলনি এনে জঘন্য সাম্প্ৰদায়িক আৰু বেআইনী কৰ্মকাণ্ডক মুকলিকৈ পৃষ্ঠপোষকতা কৰিছে।

চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে অসমৰ বিজেপি চৰকাৰকখনৰ সংবিধানবিৰোধী, আইনৰ পৰিপন্থী আৰু সাম্প্ৰদায়িকভাৱে পক্ষপাতপুষ্ট কৰ্মকাণ্ড অচিৰেই বন্ধ কৰিবলৈ দাবী জনাইছে।

অসম চৰকাৰৰ এনে বেআইনী কৰ্মকাণ্ড সম্পৰ্কে স্বতঃপ্ৰণোদিত হৈ গোচৰ তৰিবলৈ দলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd