• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৰাজপথৰ যুঁজৰ সামৰণি; এতিয়া কেৱল আদালতৰ যুঁজ: ঘোষণা প্ৰতিবাদী মল্লযুঁজাৰুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2023 1:17 pm
wrestlers protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন্যায়ৰ দাবীত ৰাজপথত চলোৱা যুঁজৰ অৱসান ঘটালে দেশৰ তাৰকা মল্লযুঁজাৰুসকলে। এতিয়াৰ পৰা ৰাজপথৰ পৰিৱৰ্তে ন্যায় লাভৰ এই যুঁজ আদালতত চলাব বুলি প্ৰতিবাদী মল্লযুঁজাৰুসকলে ঘোষণা কৰিছে। বিগত পাঁচমাহ ধৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ মুৰব্বী ব্ৰিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলে চলাই আছে এই যুঁজ।

তাৰকা মল্লযুঁজাৰু ক্ৰমে ৱিনেশ ফ’গাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াই টুইট যোগে শাসকীয় বিজেপিৰ সাংসদ তথা ফেডাৰেচনৰ মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ প্রতিশ্রুতি চৰকাৰে পূৰণ কৰিছে বুলি উল্লেখ কৰি ৰাজপথৰ আন্দোলন অৱসান হোৱা বুলি ঘোষণা কৰে।

Apply Now

টুইটাৰত তেওঁলোকে লগতে কয় যে এই ক্ষেত্ৰত ন্যায় নোপোৱালৈকে মল্লযুঁজাৰুৰ প্ৰতিবাদ অব্যাহত থাকিব, কিন্তু এই যুঁজ এতিয়া কেৱল আদালতত হ’ব। লগতে তেওঁলোকে কয় যে, ডব্লিউ এফ আই- ৰ সংস্কাৰৰ সন্দৰ্ভত প্ৰতিশ্ৰুতি অনুসৰি নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে।

১১ জুলাইৰ নিৰ্বাচন সন্দৰ্ভত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে অপেক্ষা কৰিব বুলি মল্লযুঁজাৰুসকলে সদৰী কৰিছে। ইফালে এই বিবৃতি প্ৰকাশ কৰাৰ কেইমিনিটমান পিছতে ফ’গাট আৰু মালিকে আন এক টুইট যোগে তেওঁলোকে ছ’চিয়েল মিডিয়াৰ পৰা বিৰতি লৈছে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, একাংশ মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱা বুলি ব্ৰিজ ভূষণৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মল্লযুঁজাৰুসকলে প্ৰতিবাদত নামিছিল যন্তৰ-মন্তৰত। দেশৰ নতুন সংসদ ভৱন উদ্বোধনৰ দিনা এই আন্দোলনে ধাৰণ কৰিছিল ব্যাপক ৰূপ। উক্ত দিনা ৰাজপথত পুলিচী নিৰ্যাতনৰ মুখামুখি হৈছিল দেশলৈ পদক অৰ্জনেৰে গৌৰৱ কঢ়িওৱা মল্লযুঁজাৰুসকল।

মল্লযুঁজাৰুসকলক চলোৱা নিৰ্যাতন আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ দৃশ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল দেশৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়টো। নিন্দিত হৈছিল ভাৰতীয় মল্লযুঁজ ফেডাৰেচন। প্ৰতিবাদৰ সময়ত আনকি মল্লযুঁজাৰুসকলে দেশৰ হৈ অৰ্জন কৰা পদকসমূহ গংগাত বিসৰ্জন দিয়াৰ হুংকাৰো দিছিল।

ক্ৰমাৎ বৃদ্ধি পোৱা আন্দোলনৰ মাজতে ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে ১৫ জুনৰ ভিতৰত তদন্ত সমাপ্ত কৰিবলৈ সময়সীমা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত মল্লযুঁজাৰুসকলে নিজৰ প্ৰতিবাদ স্থগিত ৰাখিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd