• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সলনি হৈছে নিয়ম; চালকে আৰু লগত ৰাখিব নালাগে লাইচেন্সকে ধৰি দৰকাৰী নথি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2020 11:10 am
traffic-7-
5.7k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে মটৰ ভেহিকেল সম্পৰ্কীয় নিয়মৰ সংশোধন ঘটাইছে। অহা অক্টোবৰৰ ১তাৰিখৰ পৰা গাড়ীৰ চালকে আৰু নিজৰ লগত দৰকাৰী নথিসমূহ লৈ ফুৰিব নালাগে।

এতিয়াৰে পৰা চালকে আৰু ড্ৰাইভিং লাইচেন্স, ৰেজিষ্টেশ্যন চাৰ্টিফিকেট, ইনছ্যুৰেন্সৰ কাগজ তথা পলিউশ্যন চাৰ্টিফিকেটৰ দৰে জৰুৰী নথিপত্ৰ লগত লৈ নুফুৰিলেও হ’ব।

অৱশ্যে, ইয়াৰ বাবে চালকে কেন্দ্ৰীয় চৰকাৰৰ ‘Digi-locker’ বা ‘m-parivahan’ প’ৰ্টেলৰ সৈতে ড্ৰাইভিং লাইচেন্সকে ধৰি আন নথিপত্ৰসমূহ সংযুক্ত কৰি ৰাখিব লাগিব। নহ’লে গাড়ীত হাৰ্ডকপি ৰাখিব লাগিব।

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰ্যালয়ে এই সংক্ৰান্তত এখন নতুন আইন জাৰি কৰিছে।

সেই আইন অনুসৰি কোৱা হৈছে যে ড্ৰাইভিং লাইচেন্স আৰু ই-চালানকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ নথি প’ৰ্টেলৰ জৰিয়তে তদাৰক কৰা হ’ব।

ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা নতুন জাননীত কোৱা হৈছে যানবাহন আৰক্ষীৰ হাতত এটা বিশেষ মেচিন দিয়া হ’ব।

সেই মেচিনত গাড়ীৰ ৰেজিষ্টেশ্যন নম্বৰ দিলেই গাড়ীৰ সংক্ৰান্তীয় তথ্য পোৱা যাব। ফলত কাগজপত্ৰ ৰখাৰ ঝামেলা নাথাকিব।

তদুপৰি, এটা ছফটৱেৰ অনা হৈছে য’ত কোনো আৰক্ষীয়ে সেই ছফটৱেৰ ডাউনলোড কৰি গাড়ীৰ ৰেজিষ্টেশ্যন নম্বৰ দিলে সকলো প্ৰয়োজনীয় তথ্য পোৱা যাব।

নতুন নিয়ম অনুসৰি ই-চালানৰ জৰিয়তে জৰিমনা আদায় দিয়াৰ সুবিধাও দিয়া হ’ব বুলি জানিব পৰা গৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd