• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চিন্তাৰ কোনো কাৰণ নাই, সুস্থ হৈ উঠিছে মুখ্য মন্ত্ৰীৰ NSG গ্ৰুপ কামাণ্ডাৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 30, 2020 7:44 pm

1 min read

চিন্তাৰ কোনো কাৰণ নাই, সুস্থ হৈ উঠিছে মুখ্য মন্ত্ৰীৰ NSG গ্ৰুপ কামাণ্ডাৰ

প্ৰতিনিধিত্বমূলক ছবি

920
VIEWS
Share on FacebookShare on Twitter

‘চিন্তাৰ এতিয়া কোনো কাৰণ নাই।’ মুখ্য মন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা NSG গ্ৰুপ কামাণ্ডাৰগৰাকী সুস্থ হৈ উঠিছে।

এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ জ্বৰ কাহ হোৱাৰ বাবেহে কোৱাৰেন্টাইন কৰা হৈছিল বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

‘কালি তেওঁৰ অকস্মাৎ গাটো বেয়া লাগিছিল, এতিয়া চিন্তাৰ কোনো কাৰণ নাই। তেওঁ এতিয়া সুস্থ হৈ উঠিছে।‘ বঙাইগাঁৱত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইয়াৰোপৰি কামাণ্ডজনে ৰাতিপুৱা শৰীৰ চৰ্চা কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

‘মুখ্য মন্ত্ৰীৰ দেহৰক্ষী জোৱানজনে ৰাতিপুৱা শৰীৰ চৰ্চা কৰিছে, দৌৰিও আছে। ৰাতিপুৱা অলপ খেলাধূলাও কৰিছে। কালি গাতো বেয়া হোৱা বাবে সাৱধানতা বশতঃ তেওঁক কুৱাৰেন্টাইন কৰা হৈছিল।‘ মন্ত্ৰী হিমন্তই এইদৰে কয়।

উল্লেখযোগ্য যে, মুখ্য মন্ত্ৰীৰ এজন NSG গ্ৰুপ কামাণ্ডাৰ কালি জ্বৰ কাহ আৰু চৰ্দিত ভুগিছিল। আৰক্ষীৰ বিশেষ শাখাৰ এক সূত্ৰই আমাৰ সাংবাদিকক এই কথা জনাইছিল। জোৱানজনৰ ঘৰ উত্তৰাখণ্ডত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক প্ৰচণ্ড জ্বৰ কাহ চৰ্দিত মুখ্যমন্ত্ৰীৰ NSG গ্ৰুপ কামাণ্ডাৰ; মুঠ ৭ কামাণ্ডক কোৱাৰেন্টাইন

জোৱানজনৰ লগত থকা অন্য ৭ গৰাকী NSG কামাণ্ডুক আছুতীয়াকৈ থাকিবলৈ কোৱা হৈছিল। সাধাৰণ জ্বৰ-কাহ চৰ্দি হ’লেও এই খবৰে দিছপুৰৰ লগতে সচিবালয়ৰ সকলো কতৃপক্ষক শংকিত কৰি তুলিছিল।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd