• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মুছলমান লোকৰ পৰা শাক-পাচলি ক্ৰয় নকৰিবলৈ আহ্বান এগৰাকী বিজেপি বিধায়কৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 28, 2020 11:31 am

1 min read

intro-1543595549

প্ৰতিনিধিত্বমূলক চিত্ৰ

6.5k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক সুৰেশ তিৱাৰীয়ে দেওৰীয়া জিলাৰ জনসাধাৰক মুছলমান ব্যৱসায়ীৰ পৰা শাক-পাচলি ক্ৰয় নকৰিবলৈ কোৱা মন্তব্যই ৰাজ্যখনত বিতৰ্কৰ সৃষ্টি কৰিছে।

বাৰহাজ সমষ্টিৰ বিধায়ক গৰাকীৰ এই বিতৰ্কিত মন্তব্যটো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে।

‘এটা কথা মনত ৰাখিব, মই সকলোকে মুকলিকৈ কৈছো, কোনেও মুছলমান ব্যৱসায়ীৰ পৰা শাক-পাচলি ক্ৰয় নকৰিব’, সাধাৰণ জনতা তথা একাংশ বিষয়াক উদ্দেশ্যি এই মন্তব্য কৰিছিল বিধায়ক তিৱাৰীয়ে।

এই প্ৰসংগত বিধায়কগৰাকীৰ মন্তব্য জানিব বিচৰাত তেওঁ কয় যে, যোৱা সপ্তাহত বাৰহাজ নগৰ পালিকাৰ কাৰ্যালয়লৈ যাওতে এই মন্তব্য কৰিছিলো, য’ত উপস্থিত আছিল একাংশ চৰকাৰী বিষয়া।

‘ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ উদ্দেশ্যে একাংশ মুছলিম সম্প্ৰদায়ৰ ব্যৱসায়ীয়ে থু লগাই শাক-পাচলি বিক্ৰী কৰি থকা বুলি অভিযোগ লাভ কৰিছিলো, সেয়ে মই সেই ব্যৱসায়ী সকলৰ পৰা শাক-পাচলি ক্ৰয় নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিলো…’, এইদৰে কয় বিধায়কগৰাকীয়ে।

বিধায়য়ক গৰাকীয়ে কেৱল মাত্ৰ নিজৰ মত প্ৰকাশ কৰা বুলিহে মন্তব্য কৰি কয়, ‍‘সকলোৱে দেখিছে জামাতৰ সদস্যসকলে দেশত কি পৰিস্থিতিৰ সৃষ্টি কৰিছে’, তিৱাৰীয়ে তবলিগী জামাতৰ প্ৰসংগৰে এই কথা উল্লেখ কৰে।

ইফালে ৰাজ্যখনৰ বিজেপি মুখপাত্ৰ ৰাকেশ ত্ৰিপাঠীয়ে বিধায়কগৰাকীৰ এনে মন্তব্যৰ বিষয়ে অৱগত নহয় বুলি উল্লেখ কৰে।

Recent News

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

index.jpgv

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

a imran

অৰ্ণৱ গোস্বামীৰ কান্ধত থৈ মোদীলৈ বন্দুক টোৱালে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে!

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd