DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কোনো ৰাজনৈতিক নেতাৰ নহয়, চৰকাৰী কাৰ্যালয়ত এতিয়াৰ পৰা লাগিব কেৱল আম্বেদকাৰ আৰু ভগৎ সিঙৰ ফটো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2022 4:25 pm
Ambedkar and Bhagat Singh photos for Delhi offices
181
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী কাৰ্যালয়ত এতিয়াৰ পৰা কোনো ৰাজনৈতিক নেতাৰ ফটো দেখা নাযাব। চৰকাৰী অফিচত কেৱল বি আৰ আম্বেদকাৰ আৰু ভগৎ সিঙৰ ফটো লগোৱা হ’ব।

অৱশ্যে এই পদক্ষেপ কেৱল দিল্লীৰ চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি এই ঘোষণা কৰিছে।

“আজি মই ঘোষণা কৰিছো যে দিল্লী চৰকাৰৰ প্ৰতিটো কাৰ্যালয়ত বি আৰ আম্বেদকাৰ আৰু ভগত সিঙৰ ফটো থাকিব। এতিয়া আমি কোনো মুখ্যমন্ত্ৰী বা ৰাজনীতিবিদৰ ফটো নাৰাখিম।” কেজৰিৱালে এক অনুষ্ঠানত কয়।

কেজৰিৱালে কয় যে তেওঁ বাবা চাহেব আম্বেদকাৰ আৰু স্বাধীনতা সংগ্ৰামী ভগত সিঙৰ দ্বাৰা আটাইতকৈ অনুপ্ৰাণিত অনুভৱ কৰে।

নিজৰ ভাষণত কেজৰিৱালে কয়, “দুয়ো এনে এখন ভাৰতৰ সপোন দেখিছিল য’ত প্ৰতিজন শিশুৰ বাবে উচ্চ মানদণ্ডৰ শিক্ষা উপলব্ধ হ’ব। তেওঁলোকে এই বিপ্লৱৰ স্বপ্ন দেখিছিল আৰু এই বিপ্লৱ আমাৰো সপোন।”

স্বাধীনতাৰ ৭০ বৰ্ষৰ পাছত হ’লেও দিল্লীত তেওঁলোকৰ এই সপোন লাহে লাহে পূৰ্ণ হ’বলৈ আগবাঢ়িছে বুলি মন্তব্য কৰে কেজৰিৱালে।

গণৰাজ্য দিৱসৰ প্ৰাক: ক্ষণত দিল্লীৰ চৰকাৰী কাৰ্যালয়ত কেৱল এই দুই মহানুভৱ ব্যক্তিৰ ফটো থাকিব বুলি ঘোষণা কৰি কেজৰিৱালে আম্বেদকাৰ আৰু ভগৎ সিঙৰ পথেৰে দিল্লী চৰকাৰ আগবাঢ়িব বুলি উল্লেখ কৰে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd