DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত আৰক্ষী-বন বিভাগৰ তৎপৰতাত ২০১৯ৰ পৰা ঘটা নাই গঁড় হত্যাৰ ঘটনা

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
June 13, 2021 12:48 pm
Kaziranga Rhino protection

ফটো: নৰ্থইষ্ট নাও।

139
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলে বিশেষ সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ২০১৯ চনৰ পৰা বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত এটাও গঁড় হত্যাৰ ঘটনা সংঘটিত হোৱা নাই।

ইয়াৰ বিপৰীতে জখলাবন্ধা থানাৰ আৰক্ষীয়ে ৭৫ জনকৈ চোৰাং চিকাৰীক আটক কৰাৰ লগতে বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত বিগত ২০১৯ বৰ্ষৰ পৰা চোৰাং চিকাৰীয়ে বৰ্তমানলৈকে এটাও গঁড় হত্যাৰ ঘটনা সংঘটিত কৰিব পৰা নাই।

কলিয়াবৰ মহকুমাৰ জখলাবন্ধা থানাৰ আৰক্ষী, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, বন বিভাগ, প্ৰকৃতি প্ৰেমী দল-সংগঠন তথা কাজিৰঙাৰ দাঁতিকাষৰীয়া ৰাইজে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিছে।

উল্লেখযোগ্য যে জখলাবন্ধা থানাৰ তদানীন্তন আৰক্ষী বিষয়া নিপু কলিতা, বাগৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ লগতে আৰক্ষী,বন বিভাগ আৰু এছ টি এফৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে মাৰাথান অভিযানৰ বাবেই ২০১৯ বৰ্ষৰ পৰা উক্ত ৰেঞ্জ দুটাত এটাও গঁড় হত্যা কৰিব নোৱাৰিলে চোৰাং চিকাৰীয়ে।

ইয়াৰ বিপৰীতে আৰক্ষীয়ে আটক কৰিছে ৭৫ জনকৈ চোৰাং চিকাৰীক। সেইদৰে, জব্দ কৰিছে থ্ৰী নট থ্ৰী ৰাইফলকে ধৰি বহু অস্ত্ৰ-শস্ত্ৰ।

জখলাবন্ধা থানাৰ আৰক্ষী বিষয়া আৰু বাগৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়াক চোৰাং চিকাৰী ৰোধৰ ক্ষেত্ৰত তৎপৰতা অৱলম্বন কৰাৰ বাবেই ইতিমধ্যে পুৰস্কৃত কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

২০১৯বৰ্ষৰ পৰা বৰ্তমানলৈকে এটাও গঁড় হত্যা নোহোৱা ৰেঞ্জ দুটাত এইবাৰ বানতো অসম গৌৰৱ এশিঙীয়া গঁড় সুৰক্ষিত হৈ থাকিব বুলি প্ৰকৃতিপ্ৰেমীয়ে আশা কৰিছে।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd