• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা: প্ৰটিন সম্পৰ্কীয় উদ্ভাৱনৰ বাবে ৩ বিজ্ঞানীলৈ এই সন্মান

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 9, 2024 4:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ঘোষণা কৰে ২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা৷ডেভিড বেকাৰ আৰু ডেমিছ হাছাবিছ আৰু জন এম জাম্পাৰক যৌথভাৱে প্ৰ’টিন বিজ্ঞানলৈ আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ বাবে প্ৰদান কৰা হ’ব।

আমেৰিকাৰ ছিয়াটলৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ডেভিড বেকাৰে “কম্পিউটেচনেল প্ৰ’টিন ডিজাইন”ৰ বাবে ৰসায়ন বিজ্ঞানৰ সন্মানীয় নোবেল বঁটা লাভ কৰাৰ বিপৰীতে ব্ৰিটেইনৰ লণ্ডনৰ গুগল ডিপমাইণ্ডৰ ডেমিছ হাছাবিছ আৰু জন এম জাম্পাৰক “প্ৰটিনৰ গঠন ভৱিষ্যদ্বাণীৰ বাবে” সন্মানিত কৰা হয়৷

ডেভিড বেকাৰে সম্পূৰ্ণ নতুন প্ৰটিন ডিজাইন কৰাৰ অসাধাৰণ কৃতিত্ব অৰ্জন কৰিছে, আনহাতে ডেমিছ হাছাবিছ আৰু জন জাম্পাৰে ৫০ বছৰীয়া প্ৰত্যাহ্বান সমাধানৰ বাবে এটা কৃত্ৰিম বুদ্ধিমত্তা (AI) মডেল প্ৰস্তুত কৰিছে:যাৰ কাম প্ৰটিনৰ জটিল ত্ৰিমাত্ৰিক গঠনৰ ভৱিষ্যদ্বাণী কৰা।

Apply Now

২০০৩ চনত বেকাৰে শূন্যৰ পৰাই সফলতাৰে এটা নতুন প্ৰটিন ডিজাইন কৰিছিল। তাৰ পিছৰ পৰাই তেওঁৰ গৱেষণা গোটে এনে এক পৰিসৰৰ উদ্ভাৱনীমূলক প্ৰটিন সৃষ্টি কৰিছে যাৰ প্ৰয়োগ ঔষধ, ভেকচিন, নেন’মেটেৰিয়েল, আৰু চেন্সৰত আছে।

ইফালে, হাছাবিছ আৰু জাম্পাৰৰ পৰা এআই ভিত্তিক অগ্ৰগতি ২০২০ চনত আলফাফল্ড২ৰ প্ৰৱৰ্তনৰ লগে লগে আহিছিল। তেওঁলোকৰ মডেলে গৱেষকসকলে চিনাক্ত কৰা প্ৰায় ২০ কোটি প্ৰটিনৰ গঠনৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিব পাৰে, যিটো কৃতিত্ব পূৰ্বতে অসম্ভৱ বুলি ভবা হৈছিল।

এন্টিবায়টিক প্ৰতিৰোধ ক্ষমতা আৰু প্লাষ্টিকৰ অৱক্ষয়ৰ দৰে সমস্যাৰ সমাধানৰ বাবে বিশ্বজুৰি লাখ লাখ বিজ্ঞানীয়ে AlphaFold2 ব্যৱহাৰ কৰিছে।

অহা ১০ ডিচেম্বৰত ষ্টকহ’মত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব নোবেল বঁটা।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

October 4, 2026 8:27 am
“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

October 4, 2026 8:07 am
মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

October 4, 2026 7:59 am
চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

October 4, 2026 7:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

October 4, 2026 8:27 am
“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

October 4, 2026 8:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd