• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম জাতীয় পৰিষদৰ আৰু দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ, ক’ত, কাৰ হ’ল মনোনয়ন নাকচ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 11, 2021 8:07 am

2 min read

ajp
424
VIEWS
Share on FacebookShare on Twitter

শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাই ৰাজ্যত নৱ গঠিত অসম জাতীয় পৰিষদৰ আৰু দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে।

মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰিবলগীয়া নথি-পত্ৰ আদি পৰ্যাপ্ত নোহোৱাৰ বাবেই নিৰ্বাচন আয়োগে তেওঁলোক দুজনৰ প্ৰাৰ্থিত্ব নাকচ কৰিছে।

শেহতীয়াকৈ মনোনয়ন নাকচ হোৱা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে ৰুপহীহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ছফিকুল ইছলাম আৰু  নাজিৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰিবুলায়া গগৈ।

ইয়াকেলৈ এতিয়ালৈকে মনোনয়ন নাকচ হোৱা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ সংখ্যা হৈছেগৈ ৪ গৰাকী। ইতিমধ্যে অসম জাতীয় পৰিষদ দলৰ দুজনকৈ প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে।

পূৰ্বে মনোনয়ন নাকচ হোৱা অসম জাতীয়  পৰিষদৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে বটদ্ৰৱা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা অৰূপ কুমাৰ শইকীয়া আৰু মৰিয়নী সমষ্টিৰ পৰা এজেপিৰ প্ৰাৰ্থী হিচাবে মনোনয়ন দাখিল কৰা অলোক ঘোষ।

মনোনয়ন দাখিলৰ সময়ত অৰূপ কুমাৰ শইকীয়াই চৰকাৰী চাকৰিৰ পৰা অব্যাহতি বিচাৰিছিল যদিও চৰকাৰে সেই আবেদনত অনমোদন জনোৱা নাছিল। একেদৰে অলোক ঘোষৰ ক্ষেত্ৰত নথি-পত্ৰ পৰ্যাপ্ত নাছিল।

দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পৰ্যাপ্ত নথিৰ অভাৱত ৰাজ্যিক নিৰ্বাচন আয়োগে নাকচ কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

দুয়োগৰাকী প্ৰাৰ্থীৰে মনোনয়ন নাকচ হোৱাত এতিয়া দুয়োটা সমষ্টিতে ৰাজনৈতিক সমীকৰণত যথেষ্ট পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে।বিশেষকৈ সমষ্টি দুটাত বিজেপি প্ৰাৰ্থীৰ বাবে এজেপি প্ৰাৰ্থীৰ মনোনয়ন নাকচ হোৱাৰ খবৰ আশাব্যঞ্জক হৈ পৰিছে।

Recent News

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd