• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিৱসাগৰত অনা-অসমীয়া ব্যৱসায়ীক ক্ষমা খোজাই জে’লত সোমাব লগীয়া হ’ল ৩জন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 4, 2019 6:23 pm
Sivasagar
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩০ জানুৱাৰিত শিৱসাগৰৰ মাৰোৱাৰী পট্টীৰ আশাৰাম বাগৰী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চিলাৰায় দিৱসৰ বাবে বৰঙনি বিচাৰি যোৱা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সদস্যক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে অসমীয়া জাতিক লৈ অপমান সুচক মন্তব্য কৰাক লৈ আজি পুনৰ নগৰখনত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

ঘটনা সন্দৰ্ভত আজি শিৱসাগৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ শৃংখল চলিহা, আমছুৰ ইউনিচ তামুলী আৰু চিতু নামৰ তিনিগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাক কেন্দ্ৰ কৰি বহুকেইটা দল-সংগঠনৰ নেতা কৰ্মীয়ে আদালতৰ চৌহদত অৰ্ধ উলংগ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সতীৰ্থক কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্য্যৰ প্ৰতিবাদত বীৰ লাচিত সেনাৰ নেতা কৰ্মীয়ে দ’লমুখ চাৰি আলিত অৱস্থান গ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তোলে।

Apply Now

উল্লেখযোগ্য যে ৩০ জানুৱাৰিৰ ঘটনাৰ পিছতে ৰাইজৰ প্ৰতিবাদত আশাৰাম বাগৰীৰ স্বত্বাধিকাৰী পৱন বাগৰীক আৰক্ষীয়ে আটক কৰিছিল যদিও তেওঁ জামিনত মুক্তি লাভ কৰাৰ লগতে ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে দেওবাৰে শিৱসাগৰ আৰক্ষীয়ে সোধপোচৰ বাবে বীৰ লাচিত সেনাৰ শৃংখল চলিহা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বিষ্ণু শইকীয়া, আমছুৰ ইউনিচ তামুলী আৰু ঐক্য সেনাৰ মুনু আহমেদক থানালৈ লৈ আনে।

এই চাৰি নেতাক আটক কৰাৰ পিছতেই বিভিন্ন দল সংগঠনৰ কেইবা শতাধিক সদস্য ৰাজপথলৈ ওলাই আহি নগৰৰ সকলো দোকান পোহাৰ বন্ধ কৰি দিয়াৰ উপৰি সন্ধিয়ালৈ নগৰখনৰ বিভিন্ন দল-সংগঠনৰ সদস্য তথা সচেতন ব্যক্তিৰ উপস্থিতিত দুয়ো পক্ষৰ মাজত বিষয়টো মীমাংসা কৰোৱা হয়।

সংগঠনৰ নেতাসকলে বাগৰীক থানাৰ ভিতৰতে ৰাজহুৱা ভাৱে ক্ষমা খোজোৱাই আৰু বাগৰীয়েও ৰাজহুৱাভাৱে ক্ষমা খোজে। আনহাতে এই সমস্ত ঘটনাৰ কেইবাটাও ভিডিঅ’ চচিয়েল মিডিয়াত বিয়পি পৰাত আজি শিৱসাগৰ জিলা আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি শৃংখল চলিহা, চিতু আৰু ইউনিচ তামুলীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। আদালতে তিনিওজনকে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd