• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 2:40 pm

1 min read

Norah fatehi
326
VIEWS
Share on FacebookShare on Twitter

বলীউদত আইটেম ছং ড্যান্সাৰ হিচাপে সম্প্ৰতি শীৰ্ষস্থানত আছে নোৰা ফাতেহি। সেইদৰে চলচ্চিত্ৰতো সুযোগ পাইছে নোৰাই।

শেহতীয়াকৈ নোৰাই তেওঁৰ ইনষ্টাগ্ৰামত ফটোশ্বুটৰ এখন ছবি শ্বেয়াৰ কৰিছে।

মুকুতাৰে প্ৰস্তুত কৰা অন্তৰ্বাস পৰিধান কৰা নোৰাৰ এই ছবি শ্বেয়াৰ কৰাৰ পাছতেই ভাইৰেল হৈ পৰিছে। এই ছবিয়ে ছচিয়েল মিডিয়াত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে।

ইনষ্টাগ্ৰামত ছবিখনে লাইক পাইছে প্ৰায় ১৪লাখ ৬০হাজাৰতকৈয়ো বেছি।

নোৰা ফাতেহি এগৰাকী কানাডিয়ান ড্যান্সাৰ, মডেল, অভিনেত্ৰী তথা গায়িকা। কানাডাত ডাঙৰ-দীঘল হোৱা নোৰা মৰক্কো-কানাডিয়ান পৰিয়ালৰ পৰা অহা সুন্দৰী।

অৱশ্যে, বিভিন্ন প্লেটফৰ্মত নোৰাই নিজকে ‘অন্তৰেৰে ভাৰতীয়’ বুলি পৰিচয় দি আহিছে।

বলীউদত নোৰাই ‘ৰ’য়াৰ: টাইগাৰ্ছ অফ দ্য সুন্দৰবনছ’ ছবিৰ জৰিয়তে ভুমুকি মাৰিছিল।

Recent News

কমিউনিষ্টসকলক য’তে দেখে, ঠিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

কমিউনিষ্টসকলক য’তে দেখে, ঠিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd