• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰ্মাল কৰ্মচাৰীৰ দৰমহাৰ কাৰণে ৰাজ্য চৰকাৰে বাজেটত ৭৭ কোটি টকা ধৰি থৈছে : দেবলাল গাৰ্লোছা

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
October 7, 2018 7:50 pm
মাইবাঙ মহকুমাৰ হাজাদিচাৰত বিজেপিৰ কৰ্মী সমাৱেশত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফটো : পংকজকুমাৰ দেব।

মাইবাঙ মহকুমাৰ হাজাদিচাৰত বিজেপিৰ কৰ্মী সমাৱেশত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফটো : পংকজকুমাৰ দেব।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নৰ্মাল কৰ্মচাৰীসকলৰ বাকী থকা দহ মাহৰ দৰমহাৰ কাৰণে শেহতীয়াকৈ অসম বিধান সভাৰ বাজেটত ৭৭ কোটি টকাৰ প্ৰস্তাৱ ৰখা হৈছ। উপৰোক্ত ধনৰাশি চৰকাৰে অহা দুই-তিনি দিনৰ ভিতৰত পাছ কৰিব আৰু ইয়াৰ পাছত নৰ্মাল কৰ্মচাৰীসকলে বাকী থকা দহ মাহৰ দৰমহা এৰিয়াৰ হিচাবে লাভ কৰিব।

৬ অক্তোবৰত মাইবাঙ মহকুমাৰ হাজাদিচাৰ নাবলাইদিচাত বিজেপি দলৰ এখন কৰ্মী সমাৱেশৰ পাছত সাংবাদিকৰ আগত এই কথা সদৰী কৰে পৰিষদৰ চি ই এম দেৱলাল গাৰ্লোছাই।

Apply Now

তেওঁ কয় দৰমাহৰ সমস্যা ১৯৫২ চনৰ পৰা নহয়। নব্বৈৰ দশকৰ পৰাহে এই সমস্যাৰ সূত্ৰপাত হৈছে। প্ৰয়োজনতকৈ অধিক নিযুক্তিয়ে এই সমস্যাৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে কৰ্মী সমাৱেশখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস। লগতে থাকে ৰাজ্যিক বিজেপিৰ সাংগঠিনক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, বিজেপি ডিমা হাচাও প্ৰ’ভাৰী ৰামকৃষ্ণ ঘোষ, জিলা বিজেপি সভাপতি নীপোলাল হোজাই, বিধায়ক বীৰভদ্ৰ হাগজেৰ, পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাছা, ই এম ছেমুৱেল চাংছান, বিশ্বজিত দাউলাগুপু, থাইচ’দাও থাউচেন আদি।

ডিগেৰ মণ্ডল বিজেপিৰ উদ্যোগত আয়োজন কৰা এই কৰ্মী সমাৱেশত বক্তব্য আগ বঢ়াবলৈ গৈ ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়, “বিজেপি দলে দেশজুৰি ৰাইজৰ উন্নয়নৰ হকে কাম কৰিছে আৰু অহা দিনতো কৰি যাব। মাথোঁ লাগে ৰাইজৰ সহযোগ।” তেওঁ লগতে কয় কংগ্ৰেছ দলে যোৱা এক দশকত হাজাদিচা, খেপ্ৰে, নাবলাইদিচা, ডিগেৰ আদি পিছপৰা অঞ্চলৰ উন্নয়নৰ হকে কোনো পৰিকল্পনাই গ্ৰহণ কৰা নাই। যাৰ কাৰণে  ৰাইজৰ সাধাৰণ মৌলিক উপাদানখিনিও ইয়াত উপলব্ধ নহয়।

সমাৱেশত হাজাদিচা এলেকাৰ দুখীয়া ৰাইজৰ মাজত আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত স্বাস্থ্য বীমাৰ কাৰ্ড বিতৰণ কৰা হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিতকুমাৰ দাসে কয় যে এই কাৰ্ডৰ পৰা ৰাইজ যথেষ্ট উপকৃত হ’ব।

চি ই এম দেবলাল গাৰ্লোছাই কয়, “আমি প্ৰতিশ্ৰুতি নহয় কাম কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ। আমি যোৱা দুই বছৰে কি কি কাম কৰিবলৈ সক্ষম হৈছো ইয়াৰ সাক্ষী ৰাইজ।”

গাৰ্লোছাই সিদিনা প্ৰাক্তন চি ই এম দেৱজিত থাউচেনৰ লগতে প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচাৰ কঠোৰ সমালোচনা কৰি কয়, “ৰাইজে এওঁলোকক প্ৰত্যাখ্যান কৰিছে। অহা নিৰ্বাচনতো এওঁলোকক বিচাৰি পোৱা টান হ’ব।”

উল্লেখনীয় যে অহা মাহত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। যাৰ কাৰণে জিলাৰ বিভিন্ন প্ৰান্তত সভা-সমিতিত অংশ লৈ ফুৰিছে ৰাজ্যিক সভাপতি ৰঞ্জিতকুমাৰ দাস আৰু অন্যান্য বিজেপি নেতাই। জানিব পৰা মতে, সভাপতি ৰঞ্জিত দাস তিনি দিন ডিমা হাচাও জিলাত থাকিব।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am
স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd