• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু এফ চি গোৱাৰ মাজৰ খেল ড্ৰ ৰূপে সামৰণি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 5, 2021 2:47 pm

1 min read

আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু এফ চি গোৱাৰ মাজৰ খেল ড্ৰ ৰূপে সামৰণি
145
VIEWS
Share on FacebookShare on Twitter

চলিত ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্ৰতিযোগিতাত শক্তিশালী গোৱাৰ বিৰুদ্ধে এখন খেলত ড্ৰ খেলিবলৈ সক্ষম হৈছে নৰ্থ-ইষ্ট য়ুনাইটেডে।

নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে তিলক ময়দান খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা খেলখনত গোৱাৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ খেলে।

খেলখনৰ প্ৰথমাৰ্ধত এফ চি গোৱাৰ আলেকজেণ্ডাৰ যীশুৰাজে ২১ মিনিটত গ’ল গোৱাক ১-০ৰ অগ্ৰগতি প্ৰদান কৰে যদিও ৪১ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেডৰ গালেগোৱে পেনাল্টীৰ সহায়ত গ’ল স্কোৰ কৰি ১-১-ত সমতা স্থাপন কৰে।

প্রথমাৰ্ধত ১-১ গ’লত সমতা স্থাপন কৰি থকা দুয়োটা দলে খেলৰ দ্বিতীয়াৰ্ধত খেলৰ চোক বৃদ্ধি কৰে।

৮০ মিনিটত গোৱাৰ অমৰজিৎ সিঙে ব্যৱধান ২-১ লৈ বৃদ্ধি কৰে।

আনহাতে, খেলখনৰ অন্তিম দহ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেডৰ গালেগোৱে পুনৰ পেনাল্টীৰ সহায়ত গ’ল দি খেলখন ড্ৰ ৰূপে সামৰণি পেলাবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, নৰ্থ-ইষ্ট য়ুনাইটেডে এতিয়ালৈ চলিত আই এছ এলত পাঁচখন খেলত জয়লাভ কৰিছে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd