• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰ্ববৃহৎ ক্ষেপনাস্ত্ৰৰে পুনৰ শক্তি প্ৰদৰ্শন উত্তৰ কোৰিয়াৰ শাসক কিম জঙৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 15, 2021 4:04 pm

2 min read

missle
226
VIEWS
Share on FacebookShare on Twitter

সৰ্ববৃহৎ ক্ষেপনাস্ত্ৰ  প্ৰদৰ্শনেৰে পুনৰ উত্তৰ কোৰিয়াৰ শাসক কিম জং আনে বিশ্ববাসীক জনাই দিলে নিজৰ শক্তিৰ কথা।

উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ানজিয়াঙৰ সমীপতে দেশ খনৰ অস্ত্ৰৰ প্ৰদৰ্শনীত উত্তৰ কোৰিয়াই প্ৰদৰ্শন কৰিলে এবিধ বিশেষ অস্ত্ৰৰ।

আমেৰিকাৰ সৈতে উত্তৰ কোৰিয়াৰ সম্পৰ্কৰ পুনৰ অৱনতি ঘটাৰ সময়তে দেশ খনে এনেদৰে সৰ্ববৃহৎ অস্ত্ৰ প্ৰদৰ্শন কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

উত্তৰ কোৰিয়াৰ সামৰিক বিশেষজ্ঞ গৰাকীয়ে প্ৰকাশ কৰা মতে শেহতীয়াকৈ প্ৰদৰ্শিত অস্ত্ৰসমূহৰ ভিতৰত ছাবমেৰিন লঞ্চড বেলিষ্টিক মিছাইল নামৰ অস্ত্ৰ বিধ পানীৰ তলৰ পৰাও মাৰি পঠিয়াব পৰা যায়।

এই মিছাইল বিধ ইমান দিনে উত্তৰ কোৰিয়াই গোপনে ৰাখিছিল যদিও শেহতীয়াকৈ ইয়াক জনতাৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়।

ইপিনে উত্তৰ কোৰিয়াই দেশ খনৰ অস্ত্ৰ ভাণ্ডাৰ প্ৰদৰ্শন কৰাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দক্ষিণ কোৰিয়াই।

দক্ষিণ কোৰিয়াৰ এগৰাকী চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰা মতে উত্তৰ কোৰিয়াই এতিয়া সমগ্ৰ বিশ্বৰ বাবে ভাবুকি কঢ়িয়াই আনিব পৰা অস্তৰ মজুত কৰি ৰাখিছে।

এই ক্ষেত্ৰত যদি দেশ খনক সংযত কৰা নাযায় তেন্তে এদিন সমগ্ৰ বিশ্ব মহাসংকটৰ গ্ৰাসত পৰিব লাগিব বুলি মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে উত্ৰ কোৰিয়াৰ হাতত এতিয়াও এনে অস্ত্ৰ মজুত আছে যি অস্ত্ৰৰ জৰিয়তে দেশ খনে আন চুবুৰীয়া দেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।

উল্লেখ্য ২০১৭ চনত উত্তৰ কোৰিয়াই আন্তঃমহাদেশীয় মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰিছিল। যি মিছাইলে নিমিষতে আমেৰিকা ধ্বংস কৰি দিব পাৰে।

Recent News

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd