DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশদ্ৰোহিতাৰ দৰে অপৰাধ কিশোৰ-কিশোৰীৰ যৌনতা! কিম জং উনৰ নতুন নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 2:29 pm
Story-1-6-1140x570-750x375-1

কিম জং উন।

94.7k
VIEWS
Share on FacebookShare on Twitter

গুৰুতৰভাৱে শাৰীৰিক অসুস্থতাৰ চাঞ্চল্যকৰ বাতৰি প্ৰকাশৰ পাছত হঠাত আৱিৰ্ভাৱ ঘটা উত্তৰ কোৰিয়াৰ একনায়ক শাসক কিম জং উন পুনৰ চৰ্চাৰ মাজলৈ ঘুৰি আহিছে।

উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসকগৰাকীয়ে এইবাৰ আন বিতৰ্কিত নিৰ্দেশেৰে সকলোৰে দৃষ্টি কাঢ়িছে।

কিম জঙে কিশোৰ-কিশোৰীৰ যৌন মিলনত নিষেধাজ্ঞা জাৰি কৰিছে।

উত্তৰ কোৰিয়াৰ শাসক গৰাকীয়ে কৈশোৰকালৰ এই যৌনতাক দেশদ্ৰেহিতাৰ দৰে অপৰাধ বুলি গণ্য কৰে।

আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, প্ৰাপ্ত বয়স্ক হোৱাৰ পূৰ্বে যৌন কাৰ্যক দেশখনৰ আইনত নিষিদ্ধ হিচাপে ধৰা হয়।

পিচে, আইনক আওকান কৰি দেশখনৰ বিভিন্ন প্ৰান্তত স্কুলীয়া কিশোৰ-কিশোৰীৰ যৌন কাৰ্যত লিপ্ত হোৱাৰ খৱৰ কিম জঙৰ হাতত পৰাৰ পাছতেই কঠোৰ হৈ পৰে শাসকগৰাকী।

কিশোৰসকলৰ এনে যৌনাচাৰৰ বাবে পাশ্চাত্যৰ প্ৰভাৱকে জগৰীয়া কৰি কিম জঙে উত্তৰ কোৰিয়াত কিশোৰ-কিশোৰীৰ যৌনতাৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

শাসকগৰাকীয়ে পুৰণি আইনখনৰ আধাৰতে নতুনকৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

কেবল সেয়াই নহয়, উত্তৰ কোৰিয়াৰ চৰকাৰী উদ্যোগত স্কুলীয়া শিক্ষাৰ্থীৰ ওপৰত নজৰ ৰখাৰ বাবে ৰেড ফ্লেগ নামৰ এটা এপ’ও বনোৱা হৈছে।

প্ৰতিজন শিক্ষাৰ্থীৰ বাবে এই এপ বাধ্যতামূলক কৰা হৈছে। শিক্ষাৰ্থীসকলৰ ফোন বা লেপটপত এই এপ ইনষ্টল কৰাৰ নিৰ্দেশ দিয়া হৈছে।

এই ৰেড ফ্লেগ এপ’ থাকিলে কোনোৱে পৰ্ণ জাতীয় ছাইট দৰ্শন কৰিলে য়ুজাৰৰ তথ্য চৰকাৰী ৱেবছাইটত নথিভুক্ত হ’ব।

আনহাতে, এনে অপৰাধত ধৰা পৰা শিক্ষাৰ্থীৰ স্কুলৰ শিক্ষক, অভিভাৱকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলি কোৱা হৈছে।

Recent News

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd