DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 20, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱা বাবে চীনৰ ৰাষ্ট্ৰপতিলৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কিম জং য়ুনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2020 9:56 am
কিম আৰু ঝিনপিং

কিম আৰু ঝিনপিং

6.9k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম-জং-য়ুনে ব্যক্তিগত বাৰ্তাযোগে চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙক ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।

‘‘অকল্পনীয় মহামাৰীৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত জয়ী হোৱা বাবে ৰাষ্ট্ৰপতি ঝিনপিঙক ধন্যবাদ জ্ঞাপন কৰিছো,’’ কিম জং য়ুনে এনেদৰে চীনৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰা বুলি এখন সংবাদপত্ৰত প্ৰকাশ পায়।

আনহাতে, কিমৰ প্ৰশংসা সূচক বাৰ্তা সম্বন্ধে চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ক সোধাত চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা চীন আৰু উত্তৰ কোৰিয়াই ক’ৰ’না ভাইৰাছ মহামাৰী নিয়ন্ত্ৰণৰ বাবে সহযোগিতাৰে কাম কৰি আছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, উত্তৰ কোৰিয়াৰ শাসক কিম জং য়ুনে কিছুদিন পূৰ্বে আত্মগোপন কৰিছিল।

বহু সংবাদ মাধ্যমত কিমৰ মৃত্যু হোৱা বুলিও সংবাদ পৰিবেশন কৰা হৈছিল বহুতে কিমৰ হৃদৰোগৰ অস্ত্ৰোপ্ৰচাৰ বিফল হোৱা বুলি সংবাদ প্ৰকাশ কৰিছিল।

কিন্তু সকলো জল্পনা-কল্পানাৰ অন্ত পেলাই পুনৰ জনসাধাৰণৰ মাজলৈ উভতি আহিছিল কিম জং য়ুন।

চীনে আচৰিত ধৰণে নিজৰ দেশত ক’ৰ’না মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে উত্তৰ কোৰিয়াত এতিয়ালৈ ক’ৰ’নাৰ কোনোধৰণৰ প্ৰভাৱ পৰা নায়।

Recent News

Farmers protest

কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ প্ৰতিবাদৰত সংযুক্ত কিষাণ মৰ্চাৰ: দাবী চনদ দাখিল

Sisodia

৩ এপ্ৰিললৈকে তিহাৰতে চিছ’দিয়া: ভাৰ্চুৱেল শুনানিৰ বাবে আবেদন দাখিলৰ পৰামৰ্শ আদালতৰ

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

Rahul Gandhi

নাৰী নিৰ্যাতন সম্পৰ্কীয় তথ্য প্ৰদানৰ বাবে সময় বিচাৰিলে কংগ্ৰেছে: দিল্লী আৰক্ষীৰ পদক্ষেপক গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd