• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱা বাবে চীনৰ ৰাষ্ট্ৰপতিলৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কিম জং য়ুনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2020 9:56 am
কিম আৰু ঝিনপিং

কিম আৰু ঝিনপিং

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম-জং-য়ুনে ব্যক্তিগত বাৰ্তাযোগে চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙক ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।

‘‘অকল্পনীয় মহামাৰীৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত জয়ী হোৱা বাবে ৰাষ্ট্ৰপতি ঝিনপিঙক ধন্যবাদ জ্ঞাপন কৰিছো,’’ কিম জং য়ুনে এনেদৰে চীনৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰা বুলি এখন সংবাদপত্ৰত প্ৰকাশ পায়।

Apply Now

আনহাতে, কিমৰ প্ৰশংসা সূচক বাৰ্তা সম্বন্ধে চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ক সোধাত চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা চীন আৰু উত্তৰ কোৰিয়াই ক’ৰ’না ভাইৰাছ মহামাৰী নিয়ন্ত্ৰণৰ বাবে সহযোগিতাৰে কাম কৰি আছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, উত্তৰ কোৰিয়াৰ শাসক কিম জং য়ুনে কিছুদিন পূৰ্বে আত্মগোপন কৰিছিল।

বহু সংবাদ মাধ্যমত কিমৰ মৃত্যু হোৱা বুলিও সংবাদ পৰিবেশন কৰা হৈছিল বহুতে কিমৰ হৃদৰোগৰ অস্ত্ৰোপ্ৰচাৰ বিফল হোৱা বুলি সংবাদ প্ৰকাশ কৰিছিল।

কিন্তু সকলো জল্পনা-কল্পানাৰ অন্ত পেলাই পুনৰ জনসাধাৰণৰ মাজলৈ উভতি আহিছিল কিম জং য়ুন।

চীনে আচৰিত ধৰণে নিজৰ দেশত ক’ৰ’না মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে উত্তৰ কোৰিয়াত এতিয়ালৈ ক’ৰ’নাৰ কোনোধৰণৰ প্ৰভাৱ পৰা নায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভঁৰালী পৰিয়ালৰ হত্যাকাণ্ডৰ আঁৰত ভূ-মাফিয়াৰ শক্তিশালী চক্ৰ থকাৰ সন্দেহ গৌৰৱ গগৈৰ

ভঁৰালী পৰিয়ালৰ হত্যাকাণ্ডৰ আঁৰত ভূ-মাফিয়াৰ শক্তিশালী চক্ৰ থকাৰ সন্দেহ গৌৰৱ গগৈৰ

November 4, 2026 9:50 pm
এগৰাকীতকৈ বেছি বিয়া কৰালেই বিপদ! হেৰুৱাব লাগিব চৰকাৰী চাকৰি

এগৰাকীতকৈ বেছি বিয়া কৰালেই বিপদ! হেৰুৱাব লাগিব চৰকাৰী চাকৰি

November 4, 2026 9:20 pm
নিৰ্বাচন আয়ুক্তক আজীৱন আইনী দায়মুক্তি প্ৰদানৰ অভিযোগ! মোদী চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়ুক্তক আজীৱন আইনী দায়মুক্তি প্ৰদানৰ অভিযোগ! মোদী চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিলে উচ্চতম ন্যায়ালয়ে

November 4, 2026 8:00 pm
গোপীনাথ বৰদলৈ ট্ৰফীত জিলাই জিলাই ফুটবলৰ মহাৰণ! গোৱালপাৰাত চেম্পিয়ন পুৰণা শ্মশান যুৱক সংঘ, কামৰূপ মহানগৰৰ ফাইনেলত ডিবিআই-এএছইবি

গোপীনাথ বৰদলৈ ট্ৰফীত জিলাই জিলাই ফুটবলৰ মহাৰণ! গোৱালপাৰাত চেম্পিয়ন পুৰণা শ্মশান যুৱক সংঘ, কামৰূপ মহানগৰৰ ফাইনেলত ডিবিআই-এএছইবি

November 4, 2026 7:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভঁৰালী পৰিয়ালৰ হত্যাকাণ্ডৰ আঁৰত ভূ-মাফিয়াৰ শক্তিশালী চক্ৰ থকাৰ সন্দেহ গৌৰৱ গগৈৰ

ভঁৰালী পৰিয়ালৰ হত্যাকাণ্ডৰ আঁৰত ভূ-মাফিয়াৰ শক্তিশালী চক্ৰ থকাৰ সন্দেহ গৌৰৱ গগৈৰ

November 4, 2026 9:50 pm
এগৰাকীতকৈ বেছি বিয়া কৰালেই বিপদ! হেৰুৱাব লাগিব চৰকাৰী চাকৰি

এগৰাকীতকৈ বেছি বিয়া কৰালেই বিপদ! হেৰুৱাব লাগিব চৰকাৰী চাকৰি

November 4, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd