DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকাৰ নিৰ্বাচনৰ পূৰ্বে ১০ অক্টোবৰত কিম জং উনে প্ৰদৰ্শন কৰিব শক্তি; চিন্তা বাঢ়িছে ট্ৰাম্পৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2020 4:48 pm
north-korea-3-750x375

ফাইল ফটো।

490
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি কৰ’না ভাইৰাছৰ সংহাৰৰ মাজতে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী নেতা কিম জং উনে নিজৰ শক্তি প্ৰদৰ্শনৰ প্ৰস্তুতি চলাইছে।

অহা ১০ অক্টোবৰ শাসকীয় দলৰ বৰ্ষপূৰ্তি উপলক্ষে কিম জঙে পুনৰ এবাৰ সেনা শক্তি প্ৰদৰ্শন কৰিব য’ত এইবাৰ অধিক শক্তিশালী আৰু দীৰ্ঘ দূৰত্ব ভেদিব পৰা মিছাইলো অন্তৰ্ভুক্ত কৰা হৈছে।

আমেৰিকাৰ নিৰ্বাচনৰ পূৰ্বে কিম জং উনৰ এই শক্তি প্ৰদৰ্শনে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ জটিলতা বৃদ্ধি কৰিব পাৰে বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে পৰমানু অস্ত্ৰৰ নিৰ্মাণক লৈ আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজত পূৰ্বৰে পৰা উত্তেজনা চলি আছে। ইয়াৰ বাবেই আমেৰিকাই উত্তৰ কোৰিয়াৰ ওপৰত কঠোৰ অৰ্থনৈতিক প্ৰতিবন্ধকতাও আৰোপ কৰিছে।

কিন্তু কৰ’না সংকট তথা অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ মাজতো কিম জং উনৰ স্থিতি তেওঁৰ দেশত অধিক শক্তিশালী হৈ পৰিছে।

কৰ’না ভাইৰাছ মহামাৰীৰ সত্তেও উত্তৰ কোৰিয়াই ক্ষিপ্ৰতাৰে বেলিষ্টিক মিছাইল কাৰ্যসূচী আগবঢ়াই নিছে।

বাতৰি অনুসৰি, উত্তৰ কোৰিয়াই আৰু এটা পৰমানু অস্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। চলিত বছৰৰ প্ৰথম ভাগৰ পৰাই উত্তৰ কোৰিয়াই নতুন মিছাইল নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰি থকা বুলি কোৱা হৈছে।

সূত্ৰসমূহৰ মতে, উত্তৰ কোৰিয়াৰ নেতা কিম জঙে মিছাইলটো ৪-৪ মোবাইল লাঞ্চাৰৰ সৈতে চহৰৰ বাহিৰৰ সীমান্তত স্থাপন কৰিছে।

আনহাতে, দক্ষিণ কোৰিয়াৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, যিটো বেলিষ্টিক মিছাইল দেখা গৈছে সেইটো ২০১৭চনত উত্তৰ কোৰিয়াই পৰীক্ষা কৰা মিছাইলটোৰ তুলনাত ডাঙৰ আৰু অধিক শক্তিশালী।

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd