• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰ্থ ইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ : অৱশেষত গা লৰিল কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ, ৰাইজে পালে বিশুদ্ধ খোৱা পানী

ৰিদিপ শর্মা by ৰিদিপ শর্মা
August 23, 2018 9:56 pm
পানী যোগান আঁচনি

নৰ্থইষ্ট নাওত বাতৰি প্ৰকাশৰ পিছতে পুনৰ কাৰ্যক্ষম হৈ উঠিল কলিয়াবৰৰ দেৱসত্ৰ পানী যোগান আঁচনি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইদিনমান আগতে আমাৰ এক প্ৰতিবেদনৰ যোগেদি আমি জখলাবন্ধাৰ দেৱসত্ৰ গাওঁৰ বিশুদ্ধ খোৱা পানী আঁচনিৰ এক বিধস্ত ৰূপ উদঙাই দেখুৱাইছিলো। বিশুদ্ধ খোৱা পানীৰ এই আঁচনিখন জখলাবন্ধা চিকিৎসালয়কে ধৰি দেৱসত্ৰ , বাণিপুৰ , সৰুভগীয়া, দয়াল চুক আদি গাওঁলৈ বিশুদ্ধ খোৱা পানীৰ যোগানৰ নামত বহু বছৰ ধৰি বিকল হৈ পৰি আছিল।

আনহাতে, পানী যোগানৰ আহিলা পাতি সমূহ মামৰে ধৰি পোত খাই থকাৰ বিপৰীতে পানী যোগানৰ কাৰ্যালয়টোও হাবিৰে আৱৰি এক ৰকম ভূত বাংলাত পৰিণত হৈছিল। এই সকলো বোৰ দেখি শুনিও বিভাগীয় কৰ্তৃপক্ষই চকুমুদা কুলিৰ ভাও জুৰি আছিল।

Apply Now
কলিয়াবৰ
নৰ্থইষ্ট নাওৰ বাতৰি প্ৰকাশৰ পূৰ্বে দেৱসত্ৰ পানী যোগান আঁচনিৰ অৱস্থা। ফাইল ফটো : নৰ্থইষ্ট নাও

ইপিনে আমি নৰ্থইষ্ট নাওৰ পৰা দেৱসত্ৰ গাওঁৰ ৰাইজৰ অভিযোগ পাই উক্ত স্থান পৰিদৰ্শন কৰি সকলো তথ্য আমাৰ বাতৰিৰ যোগেদি সবিস্তাৰে প্ৰচাৰ কৰিছিলো আৰু তাৰ কেইমাহমানৰ পিছতে চৰকাৰ অৰ্থাৎ কলিয়াবৰ জনস্বাস্থ্য বিভাগৰ গা লৰিল। আজি কিছু দিন আগতে বিভাগীয় কৰ্তৃপক্ষই উক্ত পানী যোগান কেন্দ্ৰটো পুনৰ ন- ৰূপত কাৰ্যক্ষম কৰি ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিলে।

কিন্তু কথা হ’ল কেৱল দেৱসত্ৰ গাওঁতে যে এনে বিশুদ্ধ খোৱা পানীৰ হাহাকাৰ হৈছিল তেনে নহয় কলিয়াবৰত এতিয়াও এনে কিছুমান গাওঁ আছে য’ত এতিয়াও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে বহু লোকে হাহাকাৰ কৰি ৰৈছে। উদাহৰণস্বৰূপে কলিয়াবৰৰ শিলঘাটৰ মৰাপাট কলৰ পৰা ত্ৰিশূল ধাৰি সংযোগী লোকসকলে এতিয়াও এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰি থাকে। তাৎপৰ্যপূৰ্ণভাৱে উক্ত এলেকাতো মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ পাৰতে অথচ উপযুক্ত খোৱা পানীৰ সুবিধাৰ পৰা বঞ্চিত।

তদুপৰি বিগত বৰ্ষত হাতীমূৰা কুকুৰাকটা বান্ধ ছিঙি কলিয়াবৰত হোৱা ভয়াবহ বানপানীৰ ফলত পূবথৰীয়াস্থিত পানী যোগান আঁচনিৰ বৈদ্যুতিক সৰঞ্জামসমূহ বিকল হৈছিল। কিন্তু আজি এবছৰে মেৰামতিৰ অভাৱত তেনেকৈয়ে পৰি ৰৈছে উক্ত পানী যোগান আঁচনিখন। ইপিনে বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই।

আনহাতে, দেৱসত্ৰৰ ৰাইজে নৰ্থ ইষ্ট নাওক ধন্যবাদ জনাই অনাগত দিন বোৰতো এনেদৰে ৰাইজৰ বৃহৎ সমস্যাসমূহৰ বিষয়ে বাতৰি পৰিবেশনৰ এই ধাৰা অব্যাহত ৰখাৰ বাবে অনুৰোধ জনায়।

ৰিদিপ শর্মা

ৰিদিপ শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd