• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰল দৃষ্টান্ত! কৰ’না বিধি নমনাৰ বাবে আৰক্ষীয়ে দেশৰ প্ৰধানমন্ত্ৰীকে বিহিলে জৰিমনা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2021 10:55 am
Norway Prime Minister

নৰৱেৰ প্ৰধানমন্ত্ৰী এৰনা ছোলবাৰ্গ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ কৰ’না বিধি মানি চলাটো যে গুৰুত্বপূৰ্ণ সেই কথা চিকিৎসক তথা স্বাস্থ্য বিশেষজ্ঞসকলে বাৰম্বাৰ দোহাৰি আহিছে।

মাস্ক নিপিন্ধাৰ বাবে দেশখনত বহু সাধাৰণ নাগৰিকে জৰিমনা ভৰিবলগা হৈছে। সামাজিক দূৰত্ব বিধি মানি চলাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে।

Apply Now

কিন্তু সেই বুলি দেশখনৰ স্বয়ং প্ৰধানমন্ত্ৰী জৰিমনাৰ সন্মুখীন? হয়, এনেকুৱা ঘটনাই ঘটিছে নৰৱেত।

নৰৱেৰ আৰক্ষীয়ে জানিবলৈ দিছে যে প্ৰধানমন্ত্ৰী এৰনা ছোলবাৰ্গক কৰ’না বিধি ভংগ কৰাৰ অভিযোগত জৰিমনা বিহা হৈছে।

যোৱা ফেব্ৰুৱাৰীত নিজৰ ৬০ সংখ্যক জন্মদিনত পৰিয়ালৰ ১৩জন সদস্যক লৈ এক অনুষ্ঠানৰ আয়োজন কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।

দেশখনৰ কৰ’না বিধি মতে কোনো পাৰ্টিত ১০জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰে। এই নিয়ম ভংগৰ বাবে বিহা হৈছে জৰিমনা।

আনহাতে, প্ৰধানমন্ত্ৰী গৰাকীৰ বিহা জৰিমনাৰ পৰিমান মুঠেও কম নহয়। ২০ হাজাৰ নৰউইজিয়ান ক্ৰাউন বা ২হাজাৰ ৩৫২ মাৰ্কিন ডলাৰ।

যোৱা মহতেই প্ৰধানমন্ত্ৰী এৰনাই উক্ত পাৰ্টিৰ বাবে ক্ষমা বিচাৰিছিল। পিচে, দালি নগলিল। জৰিমনাৰ পৰা হাত সাৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী।

দেশখনৰ আৰক্ষী প্ৰধান ছেভাৰুদে কয় যে আইন সকলোৰে বাবে সমান। তথাপি আইনৰ সন্মুখত সকলোবোৰ সকলো সময়তে সামন নাথাকে। সেয়েহে সামাজিক বাধা নিষেধৰ ক্ষেত্ৰত জনসাধাৰণৰ আস্থা অটুট ৰখাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন হৈছে।

যি কি নহওক, দেশখনে এই কাৰ্যৰ দ্বাৰা বিশ্বৰ আগত এক বিৰল দৃষ্টান্ত দাঙি ধৰিছে। আমাৰ দেশত কেতিয়াবা এনে কথা ভাৱিব পৰা যাবনে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm
শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
মালদাৰ মোথাবাৰী কাণ্ড: মাত্ৰ দুমাহৰ ভিতৰত এন আই এক তদন্ত শেষ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

৬৯ লোকৰ প্ৰাণ কাঢ়ি নিয়া বোৱাবজাৰ বিস্ফোৰণৰ দোষীক মুক্তিঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বংগ চৰকাৰ

June 18, 2026 12:36 pm
গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

June 18, 2026 12:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm
শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd