• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজহুৱা স্থানত আৰোগ্য সেতু এপ নোহোৱাকৈ ওলাই আহিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা অথবা ৬ মাহৰ কাৰাদণ্ড

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 5, 2020 4:45 pm

1 min read

ৰাজহুৱা স্থানত আৰোগ্য সেতু এপ নোহোৱাকৈ ওলাই আহিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা অথবা ৬ মাহৰ কাৰাদণ্ড

আৰোগ্য সেতু এপ

17.8k
VIEWS
Share on FacebookShare on Twitter

নয়ডা আৰু গ্ৰেটাৰ নয়ডাৰ ৰাজহুৱা স্থানত আৰোগ্য সেতু এপ নোহোৱাকৈ ওলাই আহিলে ইয়াক ল’কডাউন ভংগ কৰাৰ সমপৰ্যায়ৰ অপৰাধ হিচাপে গণ্য কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে ডি চি পি আশোতোষ দিভেন্দিয়ে।

এই ক্ষেত্ৰত আৰোগ্য সেতু এপ নোহোৱাকৈ ৰাজহুৱা স্থানলৈ ওলাই অহা লোক সকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয়।

যিসকল লোকে আৰোগ্য সেতু এপ নোহোৱাকৈ ৰাহজুৱা স্থানলৈ ওলাই আহিব তেওঁলোকক ১৮৮ ধাৰাৰ অধীনত ১০০০ টকা জৰিমনা অথবা ৬ মাহ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব।

কেন্দ্ৰ চৰকাৰে তেওঁলোকৰ কৰ্মচাৰী সকলৰ বাবে আৰোগ্য সেতু এপ থকাটো বাধ্যতামূলক কৰি দিছে।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে ক’ৰ’না আক্ৰান্ত ব্যক্তিৰ সম্ভেদ দিয়াৰ বাবে আৰোগ্য সেতু এপ মুকলি কৰিছিল।

মূলত কণ্টাক ট্ৰেছিঙৰ জৰিয়তে সাধাৰণ লোক সকলক তেওঁলোকৰ চাৰিওফালে থাকিব পৰা ক’ৰ’না আক্ৰান্ত লোকৰ সম্ভেদ দিয়াৰ বাবেই এই এপটো মুকলি কৰা হৈছিল।

ভাৰতত ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে মুকলি কৰা আৰোগ্য সেতু এপক বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাতা বিল গেইটছে প্ৰশংসা কৰিছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd