• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পিয়াঁজ নিদিয়া বাবে হোটেলৰ কৰ্মচাৰীক গ্ৰাহকৰ আক্ৰমণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 26, 2019 8:46 pm

1 min read

Onion

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

464
VIEWS
Share on FacebookShare on Twitter

কেৰালাৰ থিৰুৱানন্তপুৰমৰ এখন হোটেলত বুধবাৰে নিশা কেইগৰাকীমান গ্ৰাহকে হোটেলখনৰ কৰ্মীসকলক অতিৰিক্ত পিয়াঁজ দিবলৈ অস্বীকাৰ কৰাৰ বাবে আক্ৰমণ কৰে।

কেৰালাৰ ‘হোমলি মিলছ’ নামৰ হোটেলখনত ঘটনাটো সংঘটিত হয়।

হোটেলখনৰ স্বত্তাধিকাৰী গৰাকীয়ে জনোৱা মতে, কেইগৰাকীমান গ্ৰাহকে বুধবাৰে নিশা হোটেলখনলৈ আহাৰ গ্ৰহণৰ বাবে আহে আৰু নিৰামিষ আহাৰৰ বাবে অৰ্ডাৰ দিয়ে।

‘‘আহাৰ অহাৰ পাছত তেওঁলোকে অতিৰিক্ত পিয়াঁজ বিচাৰে আৰু দুবাৰ পিয়াঁজ দিয়াৰ পাছতো যেতিয়া তেওঁলোকে আৰু পিয়াঁজ বিচাৰে হোটেলৰ কৰ্মীসকলে দিবলৈ অস্বীকাৰ কৰাৰ পাছত কৰ্মীসকলক আক্ৰমণ কৰে,’’ হোটেলৰ স্বত্তাধিকাৰীৰ মন্তব্য।

উল্লেখযোগ্য যে, ভাৰতত পিয়াঁজৰ বৰ্ধিত মূল্যৰ বাবে হোটেল সমূহত পিয়াঁজৰ অতিৰিক্ত ব্যৱহাৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে।

মহাৰাষ্ট্ৰত বানপানীৰ বাবে পিয়াঁজৰ উৎপাদন নহোৱাত ভাৰতে অন্য দেশৰ পৰা পিয়াঁজ আমদানি কৰিবলগীয়া হৈছে।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd