• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি: ধৰ্মীয়-ভাষিক সংখ্যালঘুৰ বিৰুদ্ধে দাখিল হৈছে ভুৱা “আপত্তি”, ফাদিল আমছুৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 4, 2019 5:51 pm
NRC: Fake 'objections' filed against religious-linguistic minorities of Assam, claims AAMSU

আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত আপত্তি দাখিলৰ নামত একাংশ সংগঠনে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক হাৰাশাস্তি প্ৰদানৰ চেষ্টা চলাইছে, শনিবাৰে অভিযোগ আমছুৰ।

“এনে বহুত আপত্তি দাখিল হৈছে য’ত আপত্তি কৰা লোকজনে কাৰ বিৰুদ্ধে কিয় আপত্তি কৰিছে সেই বিষয়ে নাজানেই। একাংশ স্থানীয় সংগঠনৰ হেঁচাতহে তেওঁলোকে আপত্তি দাখিল কৰিছিল,” গুৱাহাটীৰ মুখ্য কাৰ্য্যালয়ত সংবাদমেলযোগে এই অভিযোগ আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ।

Apply Now

কোকৰাঝাৰ জিলাত চিত্তৰঞ্জন নাৰ্জাৰী আৰু দুৰ্জয় গয়াৰী নামৰ দুজন লোকে দাখিল কৰা আপত্তিৰ আবেদনৰ তথ্য-প্ৰমাণ দাঙি ধৰি আমছু উপদেষ্টাজনে।

লোক দুজনে যোৱা ২ মে’ত এই আপত্তিৰ আবেদন প্ৰত্যাহাৰ কৰিবলৈ কোকৰাঝাৰ জিলা উপায়ুক্তৰ ওচৰত  অনুৰোধ জনোৱাত সকলো কথা পোহৰলৈ আহে বুলিও তেওঁ জানিবলৈ দিয়ে।

লোক দুজনে এবছুৰ নাৰাবাৰী  আঞ্চলিক সমিতিৰ একাংশ সদস্যই জোৰ-জবৰদস্তি কৰি আবেদনত চহী কৰোৱাৰ কথা উল্লেখ কৰাৰ কথাও আজিজুৰ ৰহমানে সদৰী কৰে।

এবছুৰ উপৰিও এবছুৰ লগত সম্পৰ্ক থকা আন একাংশ সংগঠনো এই ঘটনাত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আমছুৱে।

“যিসকলে বিদেশী সমস্যা সমাধানৰ দাবীত চিঞৰি থাকে তেওঁলোকে প্ৰকৃততে এই সমস্যাটো সমাধান হোৱাটো নিবিচাৰে। এটা চক্ৰই বিদেশীৰ সমস্যাটো জীয়াই ৰাখিব বিচাৰে। সেই সকলেই এনে ধৰণৰ কাম কৰি আছে,” আজিজুৰ ৰহমানে কয়।

এটা নিশাৰ ভিতৰতে প্ৰায় ৩ লাখ আপত্তিৰ আবেদন দাখিল হোৱা বিষয়টোতে সন্দেহৰ থল আছিল বুলিও কয় আজিজুৰ ৰহমানে।

এই সকল চক্ৰান্তকাৰীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী কৰিছে সংখ্যালঘু সংগঠনটোৱে।

সংবাদ মেলত তেওঁলোকে এন আৰ চিৰ শুনানিৰ স্থান যথাসম্ভৱ ওচৰত কৰাৰো দাবী কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd