• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

ইংৰাজী, বাণিজ্য আৰু সমাজ বিজ্ঞান- এই তিনিটা বিষয়ৰ পৰীক্ষা পুনৰ অহা ৯ আৰু ১০ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব বুলি এন টি এয়ে জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2026 11:06 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (NTA) ইউজিচি-নেট জুন ২০২৬ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ২০২৬ চনৰ ২৮ আগষ্টত ৮৭টা বিষয়ৰ ভিতৰত ৮৪টা বিষয়ৰ ফলাফল প্ৰকাশ পাইছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে এতিয়া অনলাইনযোগে স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব।

এন টি এয়ে জনাইছে যে প্ৰাৰ্থীসকলে প্ৰয়োজনীয় লগইন তথ্যসহ ইউ জি চি-নেটৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ ফলাফল আৰু স্ক’ৰকাৰ্ড চাব পাৰিব। স্ক’ৰকাৰ্ডখন ডাউনলোড কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ বা প্ৰিন্ট কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

Apply Now

UGC-NET June 2026 Scorecard কেনেকৈ ডাউনলোড কৰিব?

প্ৰথমে UGC-NET ৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। তাৰ পিছত UGC-NET June 2026 Result বা Scorecard ৰ লিংকত ক্লিক কৰক। তাত প্ৰয়োজনীয় লগইন তথ্য দি জমা দিব লাগিব। ইয়াৰ পিছত যেতিয়া স্ক্ৰীণত স্ক’ৰকাৰ্ড ওলাব তেতিয়া ইয়াক ডাউনলোড কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰক।

অৱশ্যে ইংৰাজী, বাণিজ্য আৰু সমাজ বিজ্ঞান তিনিটা বিষয়ৰ পৰীক্ষাৰ্থীয়ে এতিয়াৰ বাবে ফলাফললৈ অপেক্ষা কৰিব লাগিব। এই তিনিটা বিষয়ৰ পৰীক্ষা পুনৰ অহা ৯ আৰু ১০ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব বুলি এন টি এয়ে জনাইছে। সংশ্লিষ্ট পৰীক্ষাৰ্থীৰ ফলাফল আৰু স্ক’ৰকাৰ্ড পুনৰ পৰীক্ষাৰ পিছতহে প্ৰকাশ কৰা হ’ব।

এন টি এয়ে স্পষ্ট কৰি দিছে যে ইংৰাজী, বাণিজ্য আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাৰ পূৰ্বে ২০২৬ চনৰ জুন মাহৰ স্ক’ৰকাৰ্ড ডাউনলোড কৰিবলৈ চেষ্টা কৰিলে ‘অবৈধ আবেদন নম্বৰ/পাছৱৰ্ড’ বাৰ্তাটো দেখা পাব পাৰে। এই বাৰ্তাত প্ৰাৰ্থীক বিভ্ৰান্ত নহ’বলৈ পৰামৰ্শ দিয়া হৈছে।

এনটিএৰ বিবৃতিত কোৱা হৈছে যে যিসকল পৰীক্ষাৰ্থীৰ ইংৰাজী, বাণিজ্য আৰু সমাজ বিজ্ঞানৰ পৰীক্ষা অহা ৯ আৰু ১০ ছেপ্টেম্বৰত পুনৰ অনুষ্ঠিত হ’ব, তেওঁলোকে পুনৰ পৰীক্ষাৰ পূৰ্বে ইউজিচি-নেট জুন ২০২৬ স্ক’ৰকাৰ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিলে ‘অবৈধ আবেদন নম্বৰ/পাছৱৰ্ড’ বাৰ্তা লাভ কৰিব পাৰে। তেওঁলোকৰ ৰিজাল্ট আৰু স্ক’ৰকাৰ্ড পুনৰ পৰীক্ষাৰ পিছতহে মুকলি কৰা হ’ব।

উল্লেখ্য যে, দেশৰ বিভিন্ন কেন্দ্ৰত মুঠ ৮৭টা বিষয়ত ২২ জুনৰ পৰা ৩০ জুনলৈ UGC-NET জুন ২০২৬ পৰীক্ষা অনুষ্ঠিত হৈছিল। জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ (জে আৰ এফ) বঁটাৰ বাবে যোগ্যতা নিৰ্ণয়, সহকাৰী অধ্যাপক পদৰ বাবে যোগ্যতা নিৰ্ণয় আৰু পি এইচ ডি কাৰ্যসূচীত নামভৰ্তিৰ বাবে যোগ্যতা নিৰ্ণয়ৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হয়।

ইয়াৰে ৮৪টা বিষয়ৰ ফলাফল ঘোষণা কৰা হৈছে যদিও ইংৰাজী, বাণিজ্য আৰু সমাজ বিজ্ঞানৰ প্ৰাৰ্থীসকলে আৰু কিছুদিন অপেক্ষা কৰিব লাগিব। ৯ আৰু ১০ ছেপ্টেম্বৰত পুনৰ পৰীক্ষাৰ পিছতহে এন টি এয়ে সেই তিনিটা বিষয়ৰ ফলাফল ঘোষণা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd