• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত আয়ুস্মান ভাৰত আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ১ কোটি অতিক্ৰম; প্ৰধান মন্ত্ৰীৰ সুখ প্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 20, 2020 1:18 pm

1 min read

images

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

4.9k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰ চৰকাৰৰ আয়ুস্মান ভাৰত আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাই দেশত এক কোটিৰ সংখ্যা অতিক্ৰম কৰাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুখ ব্যক্ত কৰে।

আয়ুস্মান ভাৰত আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাই এক কোটিৰ ঘৰ অতিক্ৰম কৰা বুলি বুধবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে।

‘‘মই ১ কোটি হিতাধিকাৰীৰ মাজৰ এগৰাকী মেঘালয়ৰ পূজা থাপাৰ সৈতে টেলিফোনত কথা পাতো,’’ নৰেন্দ্ৰ মোদীয়ে টুইট কৰে।

উল্লেখযোগ্য যে, কেন্দ্ৰ চৰকাৰে মুকলি কৰা আয়ুস্মান ভাৰত চিকিৎসা আঁচনিৰ দ্বাৰা দেশৰ ১০ কোটি দুখীয়া পৰিয়ালৰ ৫ লাখ টকালৈ চিকিৎসা ব্যয় বহন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল।

আয়ুস্মান ভাৰত আঁচনিৰ দ্বাৰা দেশৰ দুখীয়া পৰিয়ালৰ লোক সকলে আঁচনিৰ অন্তৰ্ভূক্ত ৰোগৰ সমূহৰ চিকিৎসাৰ ক্ষেত্ৰত বছৰি ৫ লাখ টকালৈ চিকিৎসা সাহায্য লাভ কৰে।

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বহু লোকে আয়ুস্মান ভাৰত চিকিৎসা আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd