• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কানপুৰত চিকিৎসালয়ত কৰ্মৰত অৱস্থাতে নাৰ্ছক কোঠাত আবদ্ধ কৰি ‘ধ*ৰ্ষণ’! গ্ৰেপ্তাৰ সঞ্চালক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 5, 2024 12:47 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ কানপুৰৰ এখন চিকিৎসালয়ত এগৰাকী নাৰ্ছক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসালয়খনৰে সঞ্চালকৰ বিৰুদ্ধে। ২২ বছৰীয়া যুৱতীগৰাকীয়ে দুমাহমান পূৰ্বে কামত যোগদান কৰিছিল।

অভিযোগ অনুসৰি যোৱা দেওবাৰে সন্ধিয়া কিশোৰীগৰাকীক চিকিৎসালয়ত আটক কৰি নিৰ্যাতন চলাইছিল। সেই ঘটনাত সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক। অৱশ্যে অভিযুক্তৰ নাম আৰু পৰিচয় এতিয়াও আৰক্ষীয়ে প্ৰকাশ কৰা নাই।

দেওবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছতে কিশোৰীগৰাকীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰে। ভুক্তভোগীৰ অভিযোগৰ পিছতে আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰে। পিছত তদন্ত অব্যাহত থকাৰ মাজতে চিকিৎসালয়খনৰ অভিযুক্ত সঞ্চালকক গ্ৰেপ্তাৰ কৰা হয়।

Apply Now

লগতে পঢ়কঃ বৰপেটাৰোডৰ শিমলাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত পিতা-পুত্ৰ

কল্যাণপুৰৰ সহকাৰী আৰক্ষী আয়ুক্ত অভিষেক পাণ্ডেই জনোৱা মতে, মহিলাগৰাকীয়ে যোৱা দুমাহ ধৰি তাত নাৰ্ছ হিচাপে কাম কৰি আছিল। দেওবাৰে চিকিৎসালয়ত এক নৈশ আহাৰৰ আয়োজন কৰা হৈছিল। তালৈও নিমন্ত্ৰণ কৰা হৈছিল ভুক্তভোগীক।

তেওঁ অভিযোগ কৰে যে নৈশ আহাৰ খোৱাৰ পিছত সঞ্চালকে তেওঁক কিছু কামৰ বাবে নিশা চিকিৎসালয়ত থাকিবলৈ কয়। ইয়াৰ পিছত নিশা গভীৰ হোৱাৰ সময়ত সঞ্চালকগৰাকীয়ে যুৱতীগৰাকীক নিজৰ কোঠালৈ মাতি পঠায়। যুৱতীগৰাকীয়ে কোঠাটোত প্ৰৱেশ কৰাৰ লগে লগে অভিযুক্তই বলপূৰ্বকভাৱে তেওঁক ভিতৰলৈ টানি নি দৰ্জা বন্ধ কৰি দিয়ে।

নাম প্ৰকাশত অনিচ্ছুক এজন আৰক্ষী বিষয়াই সংবাদ সংস্থাক জানিবলৈ দিয়া মতে চিকিৎসালয়ৰ সঞ্চালকে নাৰ্ছগৰাকীক কোঠাৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল। সেই নিশা তেওঁ নাৰ্ছগৰাকীক ধৰ্ষণ কৰাৰো অভিযোগ উত্থাপন হৈছে। আনকি বিষয়টো পোহৰলৈ আহিলে ভুক্তভোগীক হত্যা কৰাৰ ভাবুকিও দিছিল অভিযুক্তই।

লগতে পঢ়কঃ আজি আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচন, কোন যাব হোৱাইট হাউছলৈ; দৃষ্টি নিৱদ্ধ সমগ্ৰ বিশ্বৰ

ইতিমধ্যে দেওবাৰে নিশা সংঘটিত হোৱা এই ঘটনাত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে তদন্তৰ স্বাৰ্থত তেওঁৰ নাম আৰু পৰিচয় প্ৰকাশ কৰা হোৱা নাই। অভিযোগ কৰা নাৰ্ছগৰাকীৰ শাৰীৰিক পৰীক্ষাৰ ব্যৱস্থাও কৰে আৰক্ষীয়ে। শাৰীৰিক পৰীক্ষাৰ অন্তত ভুক্তভোগীৰ গোপন জবানবন্দী সংগ্ৰহ কৰা হ’ব।

শেহতীয়াকৈ চিকিৎসালয়কে ধৰি বিভিন্ন কৰ্মক্ষেত্ৰত মহিলাৰ সুৰক্ষাৰ দাবী অধিক প্ৰবল হৈ পৰিছে। ইয়াৰ মাজতে কানপুৰৰ চিকিৎসালয়ৰ ভিতৰত এগৰাকী নাৰ্ছক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd