DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামত যোগদানৰ প্ৰথমটো দিনতেই নাৰ্ছৰ ৰহস্যজনক মৃত্যু; ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2022 12:25 pm
কামত যোগদানৰ প্ৰথমটো দিনতেই নাৰ্ছৰ ৰহস্যজনক মৃত্যু; ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

প্রতিনিধিত্বমূলক ফটো।

234
VIEWS
Share on FacebookShare on Twitter

হাস্পাতালত এগৰাকী নাৰ্ছৰ ওলমি থকা দেহ উদ্ধাৰৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশৰ উন্নাওত। এখন ব্যক্তিগত হাস্পাতালত সংঘটিত এই ঘটনাত কামত যোগদান কৰাৰ প্ৰথমটো দিনতেই নাৰ্ছগৰাকীৰ ওলমি থকা দেহ উদ্ধাৰ হয়।

ঘটনাৰ বলি নাৰ্ছ গৰাকীৰ পৰিয়ালে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ দাখিল কৰিছে।

উন্নাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সাক্ষী সিঙে জানিবলৈ দিছে যে নিউ জীৱন হাস্পাতালত এই ঘটনা ঘটিছে। শনিবাৰে নাৰ্ছগৰাকীয়ে হাস্পাতালখনত প্ৰথম কামত যোগদান কৰিছিল। হাস্পাতালখনৰ এটি কোঠাত নাৰ্ছগৰাকীৰ দেহটো ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

কোনো প্ৰত্যক্ষদৰ্শীয়ে থানাত খৱৰ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়ক: সংকটগ্ৰস্ত শ্ৰীলংকাত ঔষধৰ মূল্যবৃদ্ধিত হাহাকাৰ সাধাৰণ জনতাৰ

ঘটনাৰ পিছতে নাৰ্ছগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা ধৰ্ষণ আৰু হত্যাৰ অভিযোগ দাখিল কৰা হয়। বাতৰি মতে, তিনিজনৰ বিৰুদ্ধে অভিযোগ অনা হৈছে।

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত এখন ব্যস্ত হাস্পাতালত কেনেদৰে এই ঘটনা ঘটিবলৈ পালে বা নাৰ্ছগৰাকীৰ ওলমি থকা দেহ উদ্ধাৰৰ আঁৰত কি ৰহস্য আছে তাৰ উত্তৰ বিচাৰি উত্তৰ প্ৰদেশ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

এই ঘটনাৰ পিছতে বিৰোধীয়ে ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে ৰাজ্যখনৰ আইন-শৃংখলাকলৈও প্ৰশ্ন তুলিছে।  

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd