• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিবনুৱা হ’ব অসমৰ ‘কোটিপতি’ তেল চোৰ, সিন্ধি চাই সোপা অইল ইন্দিয়াৰ

আৰ্তিফিশ্বেল ইন্তেলিজেন্সৰ সহায় ল’বলৈ সিদ্ধান্ত কৰিছে অইল ইন্দিয়া লিমিতেদে। ২৭ মে’ত সংশ্লিষ্ট কাম্পেনিসমূহৰ পৰা অইলে নিবিদা আহ্বান কৰিছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2019 7:27 pm
Oil India to use artificial intelligence to curb oil pilferage in Assam

অইলৰ কৰ্মচাৰী। ছবি সৌজন্য-- অইল ৱেবচাইট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অইল ইন্দিয়াৰ তেল পৰিবাহী পাইপৰ পৰা চুৰিৰ ঘটনা অসমত সৰ্বজনবিদিত। তেল চুৰি কৰি কোটিপতি হোৱা বুলিও দুই-এজনৰ বিষয়ে সংবাদ মাধ্যমে বহু সময়ত বাতৰি প্ৰচাৰ কৰিছে।

কিন্তু এইবাৰ তেলচোৰক সিন্ধি চাই সোপা দিয়াৰ ব্যৱস্থা কৰিছে অইল ইন্দিয়া লিমিতেদে।

Apply Now

ব্যাপক তেল চুৰিত জৰ্জৰিত অইলে এই ঘটনা ৰোধৰ বাবে অসমৰ লগতে বাকী অঞ্চলটো কৃত্ৰিম বুদ্ধিমত্তা (আৰ্তিফিশ্বেল ইন্তেলিজেন্স/ Artificial Intelligence)ৰ সহায় ল’বলৈ আগবাঢ়িছে।

এই সন্দৰ্ভত যোৱা ২৭ মে’ত সংশ্লিষ্ট কাম্পেনিসমূহৰ পৰা অইলে নিবিদা আহ্বান কৰিছে। সংগ্ৰহ কেন্দ্ৰসমূহলৈ পৰিবাহিত তেল আৰু গেছৰ বাস্তৱ সময় (real time)ৰ তথ্য সংগ্ৰহ কৰাৰ বাবে মূল নাদ (well-head)ত চেন্সৰ (sensor) সংস্থাপনৰ কামৰ বাবে নিবিদা (expression of interest/ EOI) আহ্বান কৰা হৈছে।

চলিত মাহৰ ২১ তাৰিখ নিবিদা দাখিলৰ অন্তিম দিন।

এই ‘দিজিতেল অইলফিল্দ তে’কনলজি’ পৰীক্ষা কৰাৰ বাবে অইলে এক ধ্বজাবাহী প্ৰকল্প (pilot project) হাতত লৈছে। হেবেদা তৈলক্ষেত্ৰত এই প্ৰকল্পটো সম্পাদন কৰা হ’ব।

লগতে মাকুম আৰু হাপজান তৈলক্ষেত্ৰতো এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব।

“হেবেদাৰ পৰা এই কাম সম্ভৱ হ’ব কাৰণ ইয়াত এটা জি চি এচ (gas collecting station) আছে,” নৰ্থ-ইষ্ট নাওক জনায় অইলৰ এজন শীৰ্ষ বিষয়াই।

নাম প্ৰকাশ নকৰাৰ চৰ্তত বিষয়াগৰাকীয়ে লগতে জনায়, “ই ইনস্তলে’চন মেনেজাৰক বাস্তৱ সময়ৰ নিৰীক্ষণত সহায় কৰিব। এবাৰ নিৰীক্ষণ আৰম্ভ হ’লে যিকোনো বিচ্যুতি তৎক্ষণাত ধৰা পেলাব যাব।”

এই নিৰীক্ষণ মানুহে কৰা সম্ভৱ নহয় বুলি জনাই বিষয়াজনে লগতে কয় যে প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত উৎপাদন সম্পৰ্কীয় তথ্যৰ সঠিক ব্যৱহাৰো সম্ভৱ হ’ব। ফলত সামগ্ৰিক ৰিজাৰ্ভাৰ ব্যৱস্থাপনাৰ লগতে সন্ধান আৰু উৎপাদনৰ ক্ষেত্ৰতো সৰ্বোত্তম সিদ্ধান্ত গ্ৰহণ সম্ভৱ হ’ব।

২০১৮ চনত অইলৰ তথ্য-প্ৰযুক্তি মুৰব্বী আশিস বাহুখান্দিক কাৰ্য্যবাহী সঞ্চালক (তথ্য-প্ৰযুক্তি)ৰ পৰা কাৰ্য্যবাহী সঞ্চালক (ইনফ’ কম আৰু দিজিতেল অইলফিল্দ) পদলৈ বদলিৰ পৰাই এই দিজিতেল অইলফিল্দ তে’কনলজিৰ ব্যৱহাৰ আৰম্ভ হৈছে।

দিজিতেল অইলফিল্দ তে’কনলজিত বাহুখান্দি প্ৰচুৰ অভিজ্ঞতাসম্পন্ন আৰু উদ্ভাৱনীমুখী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd