• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজিয়েই পৃথিৱীত খহি পৰিব নেকি নাছাৰ বিশাল উপগ্ৰহ? বিজ্ঞানী মহলত চাঞ্চল্য!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2023 8:38 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাছাৰ ৩৮ বছৰ পুৰণি কৃত্ৰিম উপগ্ৰহটো খহি পৰিবলৈ ওলাইছে। ইয়াক কেন্দ্ৰ কৰি বিজ্ঞানী মহলত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাৰ মতে উপগ্ৰহৰ ধ্বংসাৱশেষ দেওবাৰে নিশাৰ পৰা সৰ্বাধিক ১৭ ঘণ্টাৰ ভিতৰত পৃথিৱীত পৰিব।

কিন্তু এই ঘটনাক লৈ আতংকিত হ’বলৈ কিবা আছে নেকি? ইয়াৰ উত্তৰ হৈছে নাই। নাছাৰ মতে, উপগ্ৰহৰ ধ্বংসাৱশেষ কাৰোবাৰ মূৰত ভাঙি পৰাৰ সম্ভাৱনা ৯,৪০০ ৰ ভিতৰত ১! গতিকে বুজাই গৈছে যে দুৰ্ঘটনাৰ সম্ভাৱনা ক্ষীণ। তদুপৰি, ৫,৪০০ পাউণ্ড তথা ২,৪৫০ কিলোগ্ৰাম উপগ্ৰহটোৰ বেছিভাগ অংশ মাটিত পৰাৰ আগতে জ্বলি ছাই হ’ব। পৃথিৱীৰ পৃষ্ঠত আঘাত কৰিব পৰা অংশটো অতি কম।

উপগ্ৰহটো প্ৰকৃততে ক’ত খহি পৰিব পাৰে? বিজ্ঞানীসকলে কৈছে যে নাছাৰ পৰিত্যক্ত উপগ্ৰহটো আফ্ৰিকা, এছিয়াৰ মধ্য প্ৰাচ্য বা উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পূব বা পশ্চিমৰ কোনো ঠাইত খহি পৰিব।

Apply Now

‘দ্য আৰ্থ ৰেডিয়েশ্যন বাজেট ছেটেলাইট’ তথা ইবিআৰএছ নামৰ এই উপগ্ৰহটো ১৯৮৪ চনত উৎক্ষেপণ কৰা হৈছিল। যদিও ই দুবছৰৰ বাবে কাৰ্যক্ষম হৈ থকাৰ কথা আছিল, উপগ্ৰহটোৱে ২০০৫ চনলৈকে কাম কৰি আছিল। ইবিআৰএছে নিয়মীয়াকৈ অ’জন স্তৰ আৰু বিভিন্ন সমস্যাৰ বিষয়ে তথ্য প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে এনে ধৰণৰ ঘটনা আগতেও ঘটিছিল। অৱশ্যে, বেছিভাগ ৰকেটৰ ভগ্নাংশ বায়ুমণ্ডলৰ সংস্পৰ্শত জ্বলি ছাই হে যায় বা সাগৰৰ পানীত পৰি ধ্বংস হয়। শেহতীয়াকৈ, চীনৰ মাৰ্চ ৫বি ৰকেটৰ এটা ভগ্নাংশ খহি পৰাৰ বিষয়ে চাঞ্চল্যৰ সৃষ্টি হৈছিল।

এইবাৰ আলোচনালৈ আহিছে নাছাৰ পৰিত্যক্ত উপগ্ৰহ। যদিও কাৰোবাৰ মূৰত ইয়াৰ ভাঙি পৰাৰ সম্ভাৱনা প্ৰায় শূন্য, তথাপিও নাছাৰ উপগ্ৰহটোক লৈ চৰ্চা চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd