• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং : যান-জঁটৰ সম্ভাৱনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 15, 2019 7:59 am

1 min read

60317429

ঐতিহাসিক শৰাইঘাট দলং।

680
VIEWS
Share on FacebookShare on Twitter

মেৰামতিৰ বাবে আজিৰে পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। গুৱাহাটীৰ লগতে দক্ষিণ পাৰৰ সৈতে উত্তৰ পাৰৰ পথ সংযোগ ৰক্ষা কৰি অহা শৰাইঘাট দলঙে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ পাছতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই মেৰামতিৰ উদ্দেশ্যে ৯০ দিনৰ বাবে পুৰণি শৰাইঘাট দলংখন বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।

শুকুৰবাৰে পুৱা ছয় বজাৰ পৰা পুৰণি শৰাইঘাট দলং পৰীক্ষামূলকভাৱে বন্ধ ৰখা হ’ব। উত্তৰ-পূব ৰে’লৱেৰ লগতে কামৰূপ জিলা প্ৰশাসনে দলংখনৰ মেৰামতি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে, বন্ধৰ সময়ছোৱাত তীব্ৰ যান-জঁট হোৱাৰ আশংকা বৃদ্ধি পাইছে।

অৱশ্যে, কামৰূপ জিলা (গ্ৰাম্য) আৰু কামৰূপ মহানগৰ জিলা আৰক্ষীয়ে যান-জঁট নিয়ন্ত্ৰণৰ বাবে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে।

যান-বাহন আৰক্ষীয়ে নতুন শৰাইঘাট দলঙৰ মাজত ডিভাইডাৰ বহুৱাই  বাহনসমূহে অভাৰটেক কৰিব নোৱৰাৰ ব্যৱস্থা কৰিছে। তদুপৰি, দিনৰ ভাগত গধুৰ যান-বাহনসমূহৰ চলাচল বন্ধ ৰখাৰ ব্যৱস্থা কৰা হৈছে।

ইপিনে, তিনি মাহৰ ভিতৰত ঐতিহাসিক দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা ব্যক্ত কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd