• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ওম বিৰলা; স্পৰ্শ কৰিলে বলৰাম জাখাৰৰ অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2024 1:00 pm
7.3k
VIEWS
Share on FacebookShare on Twitter

পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে ওম বিৰলা। দ্বিতীয় বাৰৰ বাবে তেওঁ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। বুধবাৰে ১৮ সংখ্যক লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী ওম বিৰলাই জয়লাভ কৰে। ভোটত বিৰোধী প্ৰাৰ্থী কে সুৰেশক পৰাস্ত কৰি তেওঁ অধ্যক্ষ পদলৈ নিৰ্বাচিত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত তেওঁক অভিনন্দন জনায়। বলৰাম জাখৰৰ অভিলেখ স্পৰ্শ কৰি বিজেপিৰ ওম বিৰলাই একেৰাহে দুটা কাৰ্যকালৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। সংঘাতৰ পৰিবেশৰ মাজতে নৰেন্দ্ৰ মোডী, সংসদীয় মন্ত্ৰী কিৰেন ৰিজুজু, বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে একেলগে ওম বিৰলাক তেওঁৰ আসনলৈ আগবঢ়াই লৈ যায়।

লগতে পঢ়কঃ গুৱাহাটীৰ সন্ধানহীন ৩ স্কুলীয়া ছাত্ৰীক এনজেপি ষ্টেচনৰ পৰা উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে

ওম বিৰলাক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘অধ্যক্ষ হিচাপে ওম বিৰলাৰ কাৰ্যকালৰ বাবেই বহু ঐতিহাসিক বিধেয়ক লোকসভাত গৃহীত হৈছে। বহু গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হৈছে। আগন্তুক দিনতো তেওঁ দেশৰ উন্নয়নৰ বাবে লোকসভা অধিৱেশন সুচাৰুৰূপে অনুষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰিলোঁ।’

লোকসভাৰ অধ্যক্ষক সম্ভাষণ জনাই ৰাহুল গান্ধীয়ে কয়, ‘সংবিধান অনুসৰি আপুনি নিজৰ কৰ্তব্য পালন কৰিব বুলি আশা কৰিছো। বিৰোধী কণ্ঠৰোধ গণতন্ত্ৰ বিৰোধী। আশাকৰোঁ বিৰোধীক কথা কোৱাৰ সুযোগ দি সংবিধান ৰক্ষা কৰিব।’

লগতে পঢ়কঃ লোকসভাত বিৰোধী দলৰ নেতা হ’ব ৰাহুল গান্ধী, ঘোষণা কংগ্ৰেছৰ

ওম বিৰলাক সম্বোধন কৰি তৃণমূলৰ সাংসদ সুদীপ বেনাৰ্জীয়ে কয়, ‘সংসদত বিৰোধীক কথা ক’বলৈ দিয়া হওক। আপুনি শাসকীয় দলৰ চাপত মূৰ নত কৰিছে। ১৫০ গৰাকী সাংসদক নিলম্বন কৰা হৈছে।‘

ইয়াৰ লগতে সমাজবাটী পাৰ্টিৰ নেতা অখিলেশ যাদৱে অধ্যক্ষক নিৰপেক্ষ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। 

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd