DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত অমিক্ৰনত আক্ৰান্ত হ’ল কিমান লোক? কোন কেইখন ৰাজ্যলৈ কেন্দ্ৰই পঠিয়াব বিশেষ দল?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 25, 2021 8:20 pm
india-covid-1

প্ৰতিনিধিত্বমূলক ফটো।

185
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে ভাৰতত।

ভাৰতত আজি অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ৪১৫ গৰাকী হোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

অমিক্ৰনত সৰ্বাধিক সংখ্যক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১০৮ গৰাকী। দিল্লীত ৭৯ গৰাকী, গুজৰাটত ৪৩ গৰাকী আৰু তেলেংগানাত ৩৮ গৰাকী , ৩৭, তামিলনাডুত ৩৪ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হৈছে।

অসম, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, হাৰিয়ানা আদি ৰাজ্যই ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ নৈশ সান্ধ্য আইন ঘোষণা কৰিছে।

দিল্লী, কৰ্ণাটক, ওড়িশা আদি ৰাজ্যত বৰদিন আৰু নৱবৰ্ষৰ অনুষ্ঠানত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইপিনে অমিক্ৰনত আক্ৰান্ত ৫০ শতাংশ লোকেই কোভিডৰ দুয়োটা ভেকচিনেই গ্ৰহণ কৰা লোক বুলি সমীক্ষাত প্ৰকাশ পাইছে।

ইপিনে কোভিডৰ দ্ৰুত সংক্ৰমণ ঘটা দহ খন ৰাজ্য ক্ৰমে কেৰালা, মহাৰাষ্ট্ৰ,তামিলনাডু, পশ্চিম বংগ,মিজোৰাম,কৰ্ণাটক,বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰ খণ্ড আৰু পঞ্জাৱলৈ কেন্দ্ৰই বিশেষ দল প্ৰেৰণ কৰিব।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৩৮৭ জন লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭৯ হাজাৰ ৫২০জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৭হাজাৰ ২৮৬ জন লোক। সুস্থতাৰ হাৰ ৯৮.৪০ শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪২ লাখ ২৩ হাজাৰ ২৬৩জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৭৭ হাজাৰ ৩২জন।

বৰ্তমানলৈ দেশত প্ৰায় ১৪১কোটিতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৬৬লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে, যোৱা ২৪ ঘন্টাত ১১ লাখ ১২হাজাৰ ১৯৫জন লোকৰ কোভিড নমুনা পৰীক্ষা কৰা হৈছে।

Recent News

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্প : মৃতকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি! উদ্ধাৰ অভিযানত বতৰৰ বিঘিনি

তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্প : মৃতকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি! উদ্ধাৰ অভিযানত বতৰৰ বিঘিনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd