DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ডায়েৰীয়া প্ৰতিৰোধ পষেক আৰম্ভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 28, 2019 10:02 pm
IMG-20190528-WA0006

শিৱসাগৰত ডায়েৰিয়া প্ৰতিৰোধ পষেক আৰম্ভ

1.7k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ২৮ মে’ৰ পৰা ৯ জুনলৈ ডায়েৰীয়া প্ৰতিৰোধ পষেকৰ আৰম্ভ হৈছে। শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা খেমকা মাতঃ সদনত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত ডায়েৰীয়া প্ৰতিৰোধ পষেকৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এচ লক্ষ্মণনে।

ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰতিবছৰে ডায়েৰীয়া ৰোগত আক্ৰান্ত হৈ বহু লোক মৃত্যুমুখত পৰিবলগীয়া হৈ আহিছে। বিশেষকৈ শিশুসকল এই ৰোগত বেছি পৰিমানে আক্ৰান্ত হয়। অপৰিচন্ন পৰিবেশ, অপৰিস্কাৰ খাদ্যভাস আদি বিভিন্ন কাৰণত হোৱা ডায়েৰীয়া ৰোগৰ বাবে শৰীৰত পানীৰ পৰিমাণ কৰি যায়। এনে সময়ত উপযুক্ত চিকিৎসাহ নকৰিলে ৰোগীৰ মৃত্যু পৰ্যন্ত হব পাৰে।

ডায়েৰীয়া ৰোগৰ প্ৰাথমিক চিকিৎসা হ’ল অ আৰ এচ আৰু যিংক বড়ি সেৱন। কেনে পৰিবেশ বাৰ্তাই ৰাখিলে ডায়েৰীয়া হোৱাৰ পৰা হাত সাৰিব পাৰি আৰু ডায়েৰীয়া হলে কি কি ব্যৱস্থা গ্ৰহণ  কৰিব লাগে সেই সকলো ২৮ মে’ৰ পৰা ৯ জুন তাৰিখলৈকে হ’ব লগা ডায়েৰীয়া পষেকত স্বাস্থ্য কৰ্মী সকলে ৰাইজক অৱগত কৰিব।

আনহাতে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলকো ডায়েৰিয়া ৰোগ প্ৰতিৰোধ আৰু প্ৰতিকাৰ সম্পৰ্কত বিশেষ জ্ঞান প্ৰদান কৰা হব।

ডাৰেৰীয়ে প্ৰতিৰোধ পষেকৰ লগত সংগতি ৰাখি আজি শিৱসাগৰ চহৰত এক সজাগতা ৰেলী বাহিৰ কৰা হয়। স্বাস্থ্য কৰ্মীৰ লগতে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই সজাগতা ৰেলীত ৰাইজক ডায়েৰীয়া প্ৰতিৰোধ কৰাৰ বাবে পালন কৰিবলগীয়া সতৰ্কতা সমূহৰ প্ৰতি সজাগ কৰা হয়।

সজাগতা ৰেলী উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে। অনুষ্ঠানত জিলা উপায়ুক্তৰ উপৰিও শিৱসাগৰ যুটিয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰিপুন বৰপূজাৰী, স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত দিলীপ টেৰাং, স্বাস্থ্য বিষয়া ডাঃ অৰুন্ধতি বৰা হাজৰিকা, ডাঃ সৌৰভ গগৈ, ডাঃ মৃদুল দাসৰ লগতে বিদ্যালয় সমুহৰ পৰুদৰ্শক আব্দুল জেলিলে বক্তব্য আগবঢ়ায়।

Recent News

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd