• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ম্যানমাৰৰ জুণ্টা চৰকাৰৰ স’তে মিতিৰালি, ভাৰতৰ স্থিতিক লৈ সচকিত মানৱ অধিকাৰ সংস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2021 11:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ সামৰিক সন্ত্ৰাসক লৈ মুখ খুলিছে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিদেনে।

দেশখনত প্ৰায় দুমাহজুৰি চলি অহা সামৰিক অভ্যুত্থানবিৰোধী প্ৰতিবাদক জুণ্টা চৰকাৰখনে দমন কৰি আহিছে।

Apply Now

শনিবাৰলৈকে সুৰক্ষাবাহিনীয়ে শিশুসহ ১০০জনকৈও অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰীক গুলিয়াই হত্যা কৰিছে।

এই লৈ ক্ষোভিত হৈ পৰে মাৰ্কিন ৰাষ্ট্ৰপতিজন।

”এয়া ভয়ংকৰ। ই সঁচাকৈয়ে ক্ষোভজনক। মই লাভ কৰা বাতৰি অনুযায়ী, বিনা বিচাৰে তাত অজস্ৰ লোকক হত্যা কৰি থকা হৈছে।”- ৰাষ্ট্ৰপতিজনে কয়।

শনিবাৰে, অষ্ট্ৰেলিয়া, কানাডা, জাৰ্মানী, গ্ৰীচ, ইটালী, জাপান, ডেনমাৰ্ক, নেডাৰলেণ্ড, নিউজিলেণ্ড, কোৰিয়া ৰিপাব্লিক, গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাধ্যক্ষসকলে এখনি যুটীয়া বিবৃত্তিযোগে ম্যানমাৰৰ জুণ্টা চৰকাৰক গৰিহণা জনাইছে।

বিবৃত্তিটোত জুণ্টা চৰকাৰক হিংসা পৰিত্যাগ কৰি দেশখনৰ জনসাধাৰণক শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ দাবী জনাইছে।

আনহাতে, ২৭ মাৰ্চত ম্যানমাৰৰ জুণ্টা চৰকাৰে ৭৬সংখ্যক ‘ম্যানমাৰ সশস্ত্ৰ বাহিনী দিৱস’ পালন কৰা হয়।

দ্বিতীয় বিশ্বযুদ্ধত জাপানে দেশখনক দখল কৰিবলৈ আহোতে বাৰ্মীজ নেশ্বনেল আৰ্মীয়ে কৰা প্ৰবল প্ৰতিৰোধৰ সোঁৱৰণি স্বৰূপে বছৰি এই দিৱস পালন কৰি অহা হৈছে।

এই ২৭ মাৰ্চত উপলক্ষ্যে দেশখনৰ ৰাজধানী নেইপিটাউত এটা আৰ্মী পেৰেড অনুষ্ঠান পালন কৰা হয়।

পেৰেডটোত ম্যানমাৰৰ আঠখন মিত্ৰ দেশৰ প্ৰতিনিধি উপস্থিত থাকে।

মিত্ৰদেশকেইখন হৈছে- ভাৰত, চীন, পাকিস্তান, বাংলাদেশ, ভিয়েটনাম, লাওচ, থাইলেণ্ড আৰু ৰাছিয়া।

উল্লেখযোগ্য যে ম্যানমাৰৰ জুণ্টা চৰকাৰৰ এই অনুষ্ঠানটোত ভাৰতে অংশগ্ৰহণ কৰাত  মানৱঅধিকাৰ আৰু গণতন্ত্ৰবাদী সংগঠনসমূহ সচকিত হৈ পৰিছে।

Indian embassy in Myanmar sent their military attaché to the military junta’s ‘armed forces day’ ceremony. India is one of the greatest democracies in the world. Why do you shake hands with the generals whose hands are soaked with our blood? @DrSJaishankar @MEAIndia @PMOIndia

— Civil Disobedience Movement (@cvdom2021) March 27, 2021

ম্যানমাৰ প্ৰ’-ডেম’ক্ৰেছি মভমেণ্টে টুইটাৰযোগে সোধে যে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গণতন্ত্ৰ হিচাপে নাম থকা ভাৰতে কিয় তেজেৰ দাগ লাগি থকা জুণ্টা চৰকাৰৰ জেনেৰেলসকলৰ স’তে কৰমৰ্দন কৰিবলৈ প্ৰতিনিধি পঠাইছে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd