DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজৰ জন্মদিনত জুবিন গাৰ্গে উন্মোচন কৰিলে কবিতা পুথি ‘পদ্য’

শিৱসাগৰত জুবিন গাৰ্গৰ ফেন ক্লাৱৰ উদ্যোগত ব্যতিক্ৰমভাৱে জন্মদিন উদযাপন

এন ই নাও নিউজ, পাৰ্শ্বজ্যোতি গগৈ by এন ই নাও নিউজ, পাৰ্শ্বজ্যোতি গগৈ
November 19, 2018 10:02 am
নিজৰ জন্মদিনত জুবিন গাৰ্গে উন্মোচন কৰিলে কবিতা পুথি ‘পদ্য’
614
VIEWS
Share on FacebookShare on Twitter

নিজৰ ওপজা দিনটোত দেওবাৰে অৰ্থাৎ ১৮ নৱেম্বৰত উত্তৰ পূব গ্ৰন্থমেলাৰ বাকৰিত দেখা গ’ল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক।

উল্লেখযোগ্য যে ৪৬ সংখ্যক ওপজা দিনটোত উত্তৰ পূব গ্ৰন্থমেলাৰ বাকৰিত যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’বগৰাকীয়ে নিজৰ জন্মদিন উদযাপন কৰে। জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে উত্তৰ-পূব গ্ৰন্থমেলাৰ অনুষ্ঠানৰ মাজতে কেক কাটি নিজৰ জন্মদিন উদযাপন কৰে।

জন্মদিন উদযাপনস্থলীত জুবিন গাৰ্গৰ লগতে উপস্থিত থাকে জুবিন গাৰ্গৰ পিতৃ মহিনী মোহন বৰঠাকুৰ, পত্নী গৰিমা গাৰ্গ, বিশিষ্ট সাংবাদিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰীৰ লগতে বহুতো বিশিষ্ট ব্যক্তি।

উল্লেখযোগ্য যে জন্মদিন উপলক্ষে এই অনুষ্ঠানতে জুবিন গাৰ্গে নিজৰ কবিতা পুথি ‘পদ্য’ উন্মোচন কৰে। ইফালে জুবিনৰ অনুষ্ঠান চাবলৈ গ্ৰন্থমেলাৰ বাকৰিত ভিৰ কৰে শ-শ অনুৰাগীয়ে।

শিৱসাগৰ :

একেদৰে শিৱসাগৰৰ নাজিৰা ফেন ক্লাৱ আৰু শিৱসাগৰ সেউজী ধৰণী ধুনীয়াৰ উদ্যোগতো এক ব্যতিক্ৰমী কাৰ্যসূচীৰে দেওবাৰে জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হয়।

এই উপলক্ষে নাজিৰাস্থিত মানসিক বিকাৰগ্ৰস্ত ৰোগীক চিকিৎসা আৰু পুনৰসংস্থাপন প্ৰদান কৰা হিউমেন ৱেলফেয়াৰ চ’ছাইটি সংস্থাপন কেন্দ্ৰ ‘জ্যোতি’ত পালন কৰে জুবিন গাৰ্গৰ জন্মদিন।

শিল্পীজনৰ জন্মদিন উপলক্ষে কেন্দ্ৰটোত থকা ৰোগী সকলক গৰম কাপোৰ, মিঠাই বিতৰণ কৰাৰ লগতে তেঁওলোকক এসাঁজ ভাত খুৱাই। তাৰ পিছতেই ৰোগীসকলক লগত লৈ জুবিন গাৰ্গৰ জন্মদিনৰ কেক কাটে জুবিন ফেন ক্লাবৰ সদস্য সকলে।

অনুষ্ঠানটোত ‘জ্যোতি’ৰ সভাপতি ডা: নবীন চন্দ্ৰ ফুকন, সঞ্চালক নাছেৰ খান, প্ৰাক্তন অধ্যক্ষ ৰাজেন শৰ্মা, উপসভাপতি আব্দুল মুচ্ছবিৰ, জিয়াৰা ইছলাম, সাংবাদিক নবুল কোঁৱৰকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি আৰু জুবিন ফেন ক্লাৱৰ সদস্যসকল উপস্থিত থাকে।

Recent News

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd