• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

বিপুল জনসমাগমৰ মাজত শ্বাসৰুদ্ধ হৈ এজন ব্যক্তি অচেতন হৈ পৰে। শীঘ্ৰে তেওঁক পুৰী জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2026 6:21 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৰীৰ জগন্নাথ ৰথ যাত্ৰাৰ আনন্দময় মুহূৰ্তত বৰা দণ্ডা (গ্ৰেণ্ড ৰোড শ্ব)ত শোকৰ ছাঁ নামি আহিল। বৃহস্পতিবাৰে লক্ষাধিক লোকৰ ভিৰত ৰথ টানি অনাৰ সময়ত চৰম বিশৃংখলতাৰ সৃষ্টি হয়। ৰাইজৰ হেঁচাত প্ৰায় ১২০ জন ভক্তই শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগে। তেওঁলোকক ততাতয়াকৈ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে পুৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। এই ঘটনাত এজন ভক্তৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বিপুল জনসমাগমৰ মাজত শ্বাসৰুদ্ধ হৈ এজন ব্যক্তি অচেতন হৈ পৰে। শীঘ্ৰে তেওঁক পুৰী জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। অৱশ্যে এই মৃত্যু সন্দৰ্ভত এতিয়ালৈকে প্ৰশাসন বা আৰক্ষীয়ে কোনো চৰকাৰী বিবৃতি দিয়া নাই।

Apply Now

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ উদ্ধাৰ গোটে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ভিৰৰ মাজত আবদ্ধ হৈ থকা লোকসকলক উলিয়াই অনাৰ উপৰি বৰা দণ্ডাত জনসমাৱেশৰ ক্ষেত্ৰতো কর্তৃপক্ষই নিষেধাজ্ঞা কটকটীয়া কৰিছে৷

উল্লেখযোগ্য যে দ্বাদশ শতিকাৰ মন্দিৰৰ পৰাই বৃহস্পতিবাৰে আৰম্ভ হৈছিল ভগৱান জগন্নাথ, বলোৰাম আৰু দেৱী সুভদ্ৰাৰ ৰথযাত্ৰা। ৰাতিপুৱাৰ পৰাই পুৰীত লক্ষাধিক ভক্তৰ সমাগম ঘটিছিল। শংখ, ঘণ্টা, কৰতলৰ শব্দৰ মাজতে সুভদ্ৰাৰ ‘দৰ্পদলন’ ৰথত চক্ৰৰাজ সুদৰ্শনক প্ৰথমে অনা হৈছিল। তাৰ পাছত দেৱী সুভদ্ৰাক ‘শুন্য পাহাণ্ডী’ৰ জৰিয়তে তেওঁৰ ৰথত অনা হ’ল। অৱশেষত ভগৱান জগন্নাথৰ ৰথযাত্ৰা আৰম্ভ হোৱাৰ লগে লগে ‘জয় জগন্নাথ’ৰ শব্দত মুখৰ হৈ পৰিল গোটেই বৰা দণ্ডা।

কিন্তু ৰথ যাত্ৰাৰ সেই শুভ মুহূৰ্তত ৰাইজৰ তীব্ৰ ভিৰৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল। ভক্তসকলৰ উৎসাহ আৰু ৰথৰ চাৰিওফালে অত্যধিক জনসমাগমৰ বাবে বিশৃংখলতাৰ সৃষ্টি হয় আৰু পদপিষ্টসদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। দুৰ্ঘটনাটোৰ পিছত মন্দিৰ কৰ্তৃপক্ষ আৰু প্ৰশাসনে নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক কটকটীয়া কৰিছে। জনসমাগম নিয়ন্ত্ৰণ আৰু অনাগত দিনকেইটাত এনেধৰণৰ অশুভ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ জৰুৰীকালীন সতৰ্কতা জাৰি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd