• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ নলতলিত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন নিহত, গুৰুতৰভাৱে আহত পাঁচজন

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , November 2, 2018 11:56 am

1 min read

Screenshot_20181102_084743

ফটো : নৰ্থ-ইষ্ট নাও

524
VIEWS
Share on FacebookShare on Twitter

আজি ৰাতিপুৱাই কলিয়াবৰৰ নলতলিত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেভেলাৰ আৰু মেজিকৰ মাজত হোৱা প্ৰচণ্ড মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক নিহত হোৱাৰ লগতে পাঁচজনকৈ লোক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত আহত হোৱা লোক কেইজনক স্থানীয় লোকৰ সহযোগত চুলুং আৰক্ষীয়ে তাৎক্ষণিকভাৱে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তী কৰায়।  ইফালে এই শোকাৱহ দুৰ্ঘটনাটোত নিহত হোৱা লোকজন কলিয়াবৰৰ ধনেখুৱাৰ নিৱাসী মদন বিশ্বাস (৫০) বুলি জানিব পৰা গৈছে।

আনহাতে আহত সকল ক্ৰমে চম্ভু চাহানী( জখলাবন্ধা), দীলিপ বৰুৱা, ( চিকণি বৰহুলা), লক্ষনলাল চুহান (জখলাবন্ধা), ঋষিকেশ বিশ্বাস ( নলতলি ধনেখুৱা) আৰু আমিৰুদ্দিন( নগাওঁ মাহগুৰি)ৰ বুলি চুলুং আৰক্ষীয়ে জানিব দিয়ে।

উল্লেখযোগ্য যে তেজপুৰ বিশ্বনাথ চাৰিআলি দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ এছ ০১ ই চি ৯১৬৬ নম্বৰৰ ট্ৰেভেলাৰ খনে ৰৈ থকা এখন বলেৰ পিক আপ ভানক বচাবলৈ চেষ্টা কৰোতে বিপৰীত দিশৰ পৰা আহি থকা এ এছ ০২ এ চি ৬৪১৫ নম্বৰৰ সামগ্ৰী কঢ়িওৱা মেজিক বাহন এখনৰ লগত প্ৰচণ্ড জোৰত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে জনায়।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd