• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত ভয়াৱহ বান! এজনৰ মৃত্যু, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত; উদ্ধাৰ অভিযানৰ বাবে সাজু সেনা

চৰাইদেউ জিলা অধিক ক্ষতিগ্ৰস্ত জিলা য’ত প্ৰায় ২৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। তাৰ পিছতে ধেমাজিত ২২ হাজাৰৰো অধিক আৰু ডিব্ৰুগড়ত ৪ হাজাৰৰো অধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2026 11:20 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বানৰ ফলত এজনৰ মৃত্যু ঘটাৰ লগতে সাতখন জিলাৰ ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাক সম্ভাৱ্য স্থানান্তৰ তথা উদ্ধাৰ অভিযানৰ বাবে সাজু কৰি ৰাখিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শিৱসাগৰত বানৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ পিছত এইবাৰৰ বানত মুঠ মৃত্যুৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে।

Apply Now

শেহতীয়া এএছডিএমএৰ বান বুলেটিনত কোৱা হৈছে যে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত ৫৭,১০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। শনিবাৰে চাৰিখন জিলাত প্ৰায় ২৪ হাজাৰ লোক আক্ৰান্ত হোৱাৰ পিছত এই সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাইছে।

চৰাইদেউ জিলা অধিক ক্ষতিগ্ৰস্ত জিলা য’ত প্ৰায় ২৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। তাৰ পিছতে ধেমাজিত ২২ হাজাৰৰো অধিক আৰু ডিব্ৰুগড়ত ৪ হাজাৰৰো অধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত বান পৰিস্থিতি অব্যাহত থকাৰ বাবে ৰাজ্য চৰকাৰে সেনা আৰু বায়ুসেনাক সাজু থাকিবলৈ অনুৰোধ জনাইছে।

মুখ্যমন্ত্ৰী শৰ্মাই এক্সত এক পোষ্টযোগে কয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ লগে লগে অসম চৰকাৰে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাক অনুৰোধ জনাইছে যে প্ৰয়োজন হ’লে স্থানান্তৰ তথা উদ্ধাৰ অভিযানত সহায় কৰিবলৈ সাজু থাকিব লাগে।

মুখ্যমন্ত্রীয়ে চাৰিগৰাকী কেবিনেট মন্ত্রী- অজন্তা নেওগ, বিমল বৰা, কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইক তৎকালীনভাৱে ক্ষতিগ্রস্ত জিলাসমূহ পৰিদর্শন কৰি উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰাৰ লগতে ক্ষতিগ্রস্ত প্রতিটো পৰিয়াললৈ সময়মতে সাহায্য পোৱাটো নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে৷

এএছডিএমএয়ে কয় যে প্ৰশাসনে চাৰিখন জিলাত ১৪টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ চলাই আছে, য’ত বৰ্তমান ৪৪০ জন দুৰ্গত লোকে আশ্ৰয় লৈ আছে। দিনৰ ভাগত চৰাইদেউৰ বিভিন্ন প্ৰান্তৰ পৰা ১০ জন লোকক ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ লোকে উদ্ধাৰ কৰে।

যোৱা ২৪ ঘন্টাত বিতৰণ কৰা সাহায্য সামগ্ৰীৰ ভিতৰত আছে ৫৮.১৭ কুইণ্টল চাউল, ১০.৮৯ কুইণ্টল দালি, ৩.২৬ কুইণ্টল নিমখ আৰু ৩২৬.৮৮ লিটাৰ সৰিয়হৰ তেল।

এতিয়ালৈ সমগ্ৰ ৰাজ্যৰ ২৯৮খন গাঁও বানে প্লাৱিত কৰাৰ লগতে ৩,৮৭৪.৮৪ হেক্টৰ কৃষিভূমিৰ ক্ষতিসাধন হৈছে। বানৰ ফলত কেইবাখনো জিলাৰ মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰো ক্ষতিসাধন হৈছে।

ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ চেনিমাৰীত বুঢ়ীদিহিং নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। ৩৭,৫০০ৰো অধিক পোহনীয়া জীৱ-জন্তু আৰু হাঁহ-কুকুৰাও বানত ক্ষতিগ্ৰস্ত হৈছে বুলি এ এছ ডি এম এয়ে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd