• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

NE NOW NEWS মীনাক্ষী ফুকন
গোলাঘাট , February 3, 2021 2:32 pm

1 min read

Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো।

127
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে পুৱা গোলাঘাটৰ ৰঙাজান অঞ্চলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ’য়। ৰঙাজান ডনবস্ক’ স্কুলৰ দুজন ছাত্ৰক থবলৈ অহা অৱস্থাত সংঘটিত হ’য় এই দুৰ্ঘটনাটো।

প্ৰচণ্ড বেগেৰে অহা এখন ডাম্পাৰে মহতিয়াই নিয়ে স্কুটীত অহা দুই ছাত্ৰসহ আৰোহীজনক।

দুৰ্ভাগ্যজনভাৱে স্কুটী আৰোহীজন থিতাতে নিহত হোৱাৰ লগতে আহত ছাত্ৰ দুয়োজনকে ততাতৈয়াকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে।

মৃত লোকজন ১ নং কোৱানী গাঁৱৰ মিথুৱেল তাৰ আৰু আহত ছাত্ৰদ্বয় বৰ্তমান সংকটমুক্ত বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ইফালে  দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনে অধিক বোজা কঢ়িয়াই অনাৰ বাবে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰে।

যিহেতু দুখনকৈ বিদ্যালয় থকা ৰঙাজানৰ এই পথছোৱা অতি ব্যস্ততাপূৰ্ণ হোৱাৰ বাবে প্ৰায়েই পথ দুৰ্ঘটনা হৈ আহিছে, তেনেক্ষেত্ৰত এনেদৰে বোজা কঢ়িয়াই নিয়া ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰাত পৰিবহন বিভাগৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলবাসীয়ে।

Recent News

a bodo

বি টি চিৰ অধিৱেশনত কল্যাণকামী বাজেট দাখিল প্ৰমোদ বড়োৰ

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd