• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুঢ়াপাহাৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাকত খুন্দিয়াই দাউ দাউকৈ জ্বলিল হুণ্ডাই ভেনো, নিহত ১

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
January 22, 2022 1:05 pm
Kaliabor accident

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰৰ বুঢ়াপাহাৰৰ সমীপৰ দেওচুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাকত খুন্দা মাৰি জ্বলি উঠিল হুণ্ডাই ভেনো। শিশুসহ ভেনোখনৰ ৫ লোক আহত হোৱাৰ লগতে এজন লোক নিহত হৈছে।

নিহতজন জখলাবন্ধা ঠাকুৰবাৰীৰ চন্দন বাচাৰ(৫০)। নিজৰ ভাতৃৰ জোৰণ দিবলৈ গৈ এইদৰে দুৰ্ঘটনাত নিহত হ’ল লোকজন।

শিশুসহ ভেনোখনৰ অন্য পাঁচজন লোক আহত হয়। আহত সকল হ’ল- নন্দন বাচাৰ(৫৫), সুজিত বাচাৰ(৪২), চুমা বাচাৰ(৩৬), দীপা পাল(৪৮) আৰু এবছৰীয়া নীৰৱ বাচাৰ।

Apply Now

দুৰ্ঘটনাগ্ৰস্ত ভেনো খনৰ নম্বৰ এ এছ ০১ ই এক্স ২৫১৫ আৰু ট্ৰাকখনৰ নম্বৰ এ এছ ০১ এন চি ২৯৫১।

উল্লেখ্য যে, জখলাবন্ধাৰ ঠাকুৰবাৰীৰ পাপু বাচাৰ নামৰ যুৱকজনৰ বিবাহ উপলক্ষে জোৰণৰ অনুষ্ঠানত অংশ ল’বলৈ হুণ্ডাই ভেনো বাহনখনত জখলাবন্ধাৰ পৰা কুঠৰীৰ কইনা গৃহলৈ যাত্ৰা কৰিছিল বাচাৰ পৰিয়ালৰ ৬ জন লোক।

লগতে পঢ়ক: মুম্বাইৰ বহু মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭জন লোকৰ মৃত্যু, আহত ১৫জন

বুঢ়াপাহাৰৰ সমীপৰ দেওচুৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকক অ’ভাৰটেক কৰিবলৈ গৈ ট্ৰাকখনত খুন্দা মাৰে বাহনখনে।

এই দুৰ্ঘটনাটোৰ কিছু সময়ৰ পিছতে দাউ দাউকৈ জ্বলি উঠে ভেনো বাহনখন। অৱশ্যে বাহনখন জ্বলি উঠাৰ পূৰ্বে বাহিৰ কৰা হয় লোক কেইজনক।

স্থানীয় লোকৰ সহযোগত লোককেইজনক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তাৰে চন্দন বাচাৰ নামৰ লোকজনক নিহত বুলি ঘোষণা কৰে চিকিৎসকে।

দুৰ্ঘটনাত পতিত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকজনৰ গাড়ীখন। ফটো: নৰ্থইষ্ট নাও।

আনহাতে, আহতসকলক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসামহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

ইফালে, এই দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত দুৰ্ঘটনাত পতিত হয় কলিয়াবৰৰ এজন সাংবাদিক গৌতম বৰা।

নিজৰ ৱেগ’নাৰ খনৰে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত জখলাবন্ধাৰ বাঘজানত এখন ট্ৰাকৰ লগত সংঘৰ্ষ হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় সাংবাদিক গৌতম বৰা। আহত সাংবাদিকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। 

ৰিদীপ শৰ্মা, কলিয়াবৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd