• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলাইগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু, চাৰিগৰাকী আঘাতপ্ৰাপ্ত

NE NOW NEWS এন ই নাও নিউজ
কলাইগাঁও , September 30, 2019 7:28 pm

1 min read

Kalaigaon Accident

কলাইগাঁৱত দুৰ্ঘটনাগ্ৰস্ত বাহনখন

912
VIEWS
Share on FacebookShare on Twitter

ওডালগুৰি জিলাৰ কলাইগাঁৱত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত চহৰ বানু নামৰ এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন চাৰি গৰাকী মহিলা শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে, টংলাৰ পৰা মঙলদৈ অভিমুখে শ্ৰমিক কঢ়িয়াই নি থকা এ এছ-২৫চিচি-৮৮৩৫ নম্বৰৰ টাটা ডি আই গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে।

দুৰ্ঘটনাটোৰ ফলতে গাড়ীখনত আহি থকা চহৰ বানু নামৰ মহিলাগৰাকীৰ মৃত্যু হয় আৰু আন আন মহিলা শ্ৰমিকসকল আহত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজে কলাইগাঁও আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী তথা স্থানীয় ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি কলাইগাঁও আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে, আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে গাড়ীখনৰ চালকজনে পলায়ন কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

স্থানীয় ৰাইজে কৰা অভিযোগ মতে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা কোনো ধৰণৰ আৰক্ষীৰ পহৰাৰ ব্যৱস্থা নথকাত ডাম্পাৰ, পিকআপ ভ্যান আদিসমূহৰ চালকে যান-বাহন আইন ভংগ কৰি অতিমাত্ৰা বেগত গাড়ী চলাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd