DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুলীয়াজানত জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ বলি নাহৰফুটুকী: কাটি নিলে নখ, ভৰি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 14, 2019 7:54 pm
640
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাত আজি পুনৰ জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ’ল এটা নাহৰফুটুকী বাঘ। জিলাখনৰ দুলীয়াজানৰ ভাদৈ পাঁচ আলি আৰক্ষী চকীৰ অন্তৰ্গত শান্তি চাহ বাগিচাত এটা নাহৰফুটুকী বাঘ নিধন কৰে একাংশ লোকে।

উল্লেখযোগ্য যে এই শান্তি চাহ বাগিচাখনত দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰফুটুকী বাঘটোৱে। ফলত আজি বাগিচাখনৰ একাংশ উদণ্ড শ্ৰমিকে নাহৰফুটুকীটো নিধন কৰে। উদণ্ড শ্ৰমিক সকলে নাহৰফুটুকীটো নিধন কৰাতে ক্ষান্ত নাথাকি বাঘটোৰ নেজ, ভৰি আদি অংগ কাটি লৈ যায়।

আনহাতে এই ঘটনাৰ বিষয়ে অৱগত হৈ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ চৰাইপুং বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীয়ে মৃত বাঘটো উদ্ধাৰ কৰি লৈ যায়।

ইফালে একাংশ প্ৰকৃতিপ্ৰেমীয়ে নাহৰফুটুকী নিধন ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে বনবিভাগক এনে ঘটনা ৰোধ কৰাৰ বাবে দাবী জনাইছে।

Recent News

Rape

বলপূৰ্বক গৰ্ভপাতৰ চেষ্টা: মৃত্যুক সাবটিলে ধৰ্ষিতা যুৱতীয়ে

স্বাধীনতা দিৱসৰ কবিতা

স্বাধীনতা দিৱসৰ কবিতা

Congress rally স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতা-কর্মীয়ে মুখৰিত কৰিলে আকাশ-বতাহ

Congress rally স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতা-কর্মীয়ে মুখৰিত কৰিলে আকাশ-বতাহ

High Blood Pressure

High Blood Pressure at Early Age: কম বয়সত উচ্চ ৰক্তচাপৰ কাৰণ কি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd