• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫০০ কোটি টকীয়া বীমা কেলেংকাৰিত আটক এল আই চিৰ এজেন্ট

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
October 23, 2018 7:30 am
88e33d3f-9550-44df-8ad3-45c9e3fa184a

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এল আই চিৰ এজেন্ট মধুসুদন ঠাকুৰীয়া। ফটো : নৰ্থইষ্ট নাও

241
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত সংঘটিত প্ৰায় ৫০০ কোটি টকীয়া বীমা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে সোমবাৰে আৰু এজন লোকক আটক কৰিছে ৷

আৰক্ষীয়ে আটক কৰা লোকজন হৈছে এল আই চিৰ এজেন্ট মধুসুদন ঠাকুৰীয়া। বৰপেটা জিলাৰ জনীয়াৰ মৃত নবাব আলীৰ নামত এল আই চিৰ এজেন্ট মধুসুদন ঠাকুৰীয়াই পলিচি কৰিছিল বুলি জানিব পৰা গৈছে ।

ৰাজ্য জোকাৰি যোৱা বীমা কেলেংকাৰিৰ অভিযোগত বৰপেটা আৰক্ষীয়ে এই পৰ্যন্ত দুগৰাকী চৰকাৰী চিকিৎসকসহ ১০জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে এই বীমা কেলেংকাৰিত দুগৰাকী চিকিৎসক ডাঃ শ্বহিদুল ইছলাম আৰু ডাঃ নুৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তদুপৰি কেলেংকাৰিটোত জড়িত থকা ইছমাইল হুছেইন, একাব্বৰ আলী,মফিদা বেগম, আজিজুল হক, হৰমুজ আলী আৰু আমজাদ আলীৰ লগতে আৰু আন দুজন দালালক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখযোগ্য যে ৰাজ্যখনত প্ৰৱঞ্চনাৰ জাল ৰচি এটা বৃহৎ চক্ৰই বিভিন্ন মৃত ব্যক্তিৰ নামত বীমাৰ পলিচি খুলি বিভিন্ন বীমা প্ৰতিষ্ঠানৰ পৰা কোটি কোটি টকা সৰকাইছে। এনে প্ৰৱঞ্চনাৰে বীমাৰ ধন সৰকোৱা ঘটনাই আৰক্ষীৰ বাবেও প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। এইক্ষেত্ৰত দৰং আৰু বৰপেটা জিলাত সৰ্বাধিক বীমা কেলেংকাৰি সংঘটিত হোৱাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে  গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনত অলপতে ৰাজ্যখনত ইতিমধ্যে প্ৰায় ৫০০ কোটি টকাৰ বীমা কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd