DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন; ফেৰীৰ পৰা পিছলি পৰি সন্ধানহীন এজন লোক

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 4, 2019 6:48 pm
Screenshot_20190604-175721_Video Player

ব্ৰহ্মপুত্ৰৰ বুকুত এচ ডি আৰ এফৰ উদ্ধাৰ অভিযান

2k
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ পৰা যোৰাহাটলৈ আভিমুখে আহি থকা এখন ফেৰীত আজি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ফেৰীখনত কৰ্মৰত এগৰাকী কৰ্মচাৰী অসাৱধনতাবসত পিছলি পৰে ব্ৰহ্মপুত্ৰৰ গভীৰ বুকুত। ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰি যোৱা ব্যক্তিগৰাকীৰ নাম কিৰণ দাস বুলি জানিব পৰা গৈছে।

এই পৰ্যন্ত সন্ধানহীন হৈ আছে ব্যক্তিগৰাকী। সন্ধানহীন হৈ থকা কিৰণ দাসৰ ঘৰ বনগাঁও যোগী কৈৱৰ্ত গাঁৱত। আজি দুপৰীয়া ২.৩০ বজাত অফলামুখ ফেৰীঘাটৰ পৰা নিমাতিঘাট অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল যাত্ৰীবাহী ফেৰীখনে।

বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ থকা কৰ্মাচাৰীগৰাকীক বিচাৰি এচ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে তীব্ৰ অভিযান আৰম্ভ কৰিছে। অতি দুখৰ বিষয় যে দিনৰ দুই বজাত যুৱকজন সন্ধানহীন হৈ থকাৰ পাছত বিয়লি ৪ বজাত হে এচ ডি আৰ এফৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত হুলস্থুলীয়া পৰিবেশ সৃষ্টি হয়।

আনহাতে, ফেৰীখনত কৰ্মৰত ২০ বছৰীয়া যুৱক এজন এনেদৰে ফেৰীখনৰ পৰা পিছলি পৰি ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হ’বলগীয়া ঘটনাই যাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এটা অন্যতম ব্যস্ত ঘাট ‘অফলামুখ’ চলাই থকা লেচি সকলে পূৰ্বৰ পৰাই মইমতালিৰে জিলা প্ৰশাসনৰ নিৰ্দেশনাক অৱমাননা কৰি অধিক বোজা কঢ়িওৱাৰ ফলতেই আজি এনেধৰনৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

Recent News

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd